এই ভাইৰেল ফটোখন বোকাখাটৰ কাজিৰঙা অভয়াৰণ্যত থকা এখন চাহ বাগিছাৰ নহয়!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ অসমত ফেচবুকৰ জৰিয়তে এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে । ফটোখনত এখন চাহ বাগানৰ মাজত এটুকুৰা মনমোহা মুকলি ঠাই দেখা গৈছে আৰু নাতি দূৰত এখন পাহাৰ দেখা গৈছে । দাবী কৰা হৈছে যে এই ফটোখন বোকাখাটৰ কাজিৰঙা অভয়াৰণ্যত থকা এখন চাহ বাগিছাৰ হয় ।  ‘আছামিজ অনলাইন’ নামৰ এক ফেচবুক […]

Continue Reading