FACT CHECK: ছ’চিয়েল মিডিয়াত শ্বেয়াৰ হৈ থকা ‘ব্লেক মেন’ৰ ভিডিঅ’টো অসমৰ নহয়!

ফেচবুকত এটা ভিডিঅ’ এই দাবীৰে ভাইৰেল হৈ পৰিছে যে নামনি অসমখন ‘ব্লেক মেন’ নামৰ এক বিশেষ জীৱৰ আতংকৰ মাজত সোমাই পৰিছে বুলি স্থানীয় লোকসকলে কৈছে। এই ভিডিঅ’টো ঈশান নিউজ নামৰ ফেচবুক পেজটোত আপলোড হোৱাৰ পিছত ভাইৰেল হৈ পৰে। পোষ্টটোত কেপচন লিখা হৈছিল:  “’ব্লেক মেন’ আতংক। কেমেৰাত বন্দী ভয়াৱহ দৃশ্য। মানুহ নে ভূত? ঈশান Exclusive” Original […]

Continue Reading