অসম চৰকাৰে বানাক্ৰান্তক সাহায্য দিবলৈ টকা নাই বাবে ৰাইজৰ দান বৰঙণি বিচৰা নাই!
ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ অসমত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু ৰাজ্যখনত বানত ৮৪ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ২৬খন জিলাৰ ২৭ লাখ মানুহে দুৰ্ভোগ ভুগিব লগীয়া হৈছে । এনে সময়তে এখন বিশেষ ফটো সম্বলিত কিছু ফেচবুক পোষ্ট অসমত আপলোড আৰু শ্বেয়াৰ হোৱা দেখা গ’ল । উক্ত ফটো/পোষ্টাৰ বা ফেচবুক পোষ্টবোৰত দাবী […]
Continue Reading