কৌন বনেগা কৰোড়পতিত হিমন্ত বিশ্ব শৰ্মাক দেশৰ সকলোতকৈ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী আখ্যা দিয়া বুলি কৰা দাবীটো অসত্য। 

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে চোনি টিভিৰ বিখ্যাত অনুষ্ঠান কৌন বনেগা কৰোড়পতিৰ এটা খণ্ডত অংশগ্ৰহণকাৰীক অনুষ্ঠানটোৰ আঁত ধৰোতা অমিতাভ বচ্চনে ভাৰতৰ সকলোতকৈ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী কোন বুলি প্ৰশ্ন কৰি চাৰিটা সাম্ভাব্য উত্তৰৰ সুবিধা দিছিল আৰু অংশগ্ৰহণকাৰীয়ে শুদ্ধ উত্তৰ হিচাপে অপছন (বি)ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম উল্লেখ কৰি […]

Continue Reading

অমিতাভ বচ্চনৰ ক’ৰনা টেষ্টৰ ৰিজাল্ট নিগেটিভ অহা নাই!

ফেচবুক লিংক | সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে কেইবালাখ মানুহৰ মৃত্যু হৈছে আৰু বহু লাখ মানুহ এতিয়াও আক্রান্ত হৈ আছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে বহু হেজাৰ লোকৰ মৃত্যু হৈছে আৰু বহুতো মানুহ এতিয়াও আক্ৰান্ত হৈ আছে ।  শেহতীয়াকৈ বলিউডৰ ‘বিগ […]

Continue Reading

অমিতাভ বচ্চনৰ নানাৱতিৰ স্বাস্থ্যকৰ্মীক উদ্দেশ্যি প্ৰশংসাসূচক পুৰণি ভিডিঅ’ বৰ্তমানৰ বুলি ভাইৰেল!

ফেচবুক লিংক | সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে কেইবালাখ মানুহৰ মৃত্যু হৈছে আৰু বহু লাখ মানুহ এতিয়াও আক্রান্ত হৈ আছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে বহু হেজাৰ লোকৰ মৃত্যু হৈছে । অসমতো প্ৰায় ১৬ হাজাৰতকৈ অধিক ৰোগী ইতিমধ্যে চিনাক্ত হৈছে আৰু […]

Continue Reading