২০২০ চনৰ এক অগ্নিকাণ্ডৰ দৃশ্যকে ইৰাণে ইউএইৰ ওপৰত কৰা শেহতীয়া আক্ৰমণৰ দৃশ্য় বুলি মিছাকৈ প্ৰচাৰ।
শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত ২২ জুলাই, ২০২৬ত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে সেয়া ইউনাইটেড আৰৱ এমিৰাটৰ ওপৰত ইৰান পুনৰ এক ভয়ানক আক্ৰমণৰ দৃশ্য। পোষ্টটোত লিখিছে– ইউনাইটেড আৰব এমাৰেটত পুণৰ ইৰানী ভয়ানক আক্ৰমণ Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। […]
Continue Reading
