FACT CHECK: চিৰিয়াৰ পুৰণি ভিডিঅ’ বিপিন ৰাৱটৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ ভিডিঅ’ বুলি শ্বেয়াৰ কৰা হৈছে!

তামিলনাডুত এখন সামৰিক হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত ভাৰতৰ প্ৰথম চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱটৰ আজি মৃত্যু হয়। ভাৰতীয় বায়ু সেনাই টুইট কৰিছে যে তেওঁৰ পত্নী মধুলিকা ৰাৱট আৰু বিমানত থকা আন ১১ জন ব্যক্তিৰো দুৰ্ঘটনাটোত মৃত্যু হৈছে। এই বাতৰিটো প্ৰকাশ হোৱাৰ লগে লগে ইণ্টাৰনেটত ৰাৱটৰ হেলিকপ্টাৰ দুৰ্ঘটনা বুলি দাবী কৰি কেইবাটাও পুৰণি ভিডিঅ’ […]

Continue Reading

শেহতীয়াকৈ লাডাখত এখন ভাৰতীয় এমআই ১৭ হেলিকপ্টাৰ দুৰ্ঘটনাগ্রস্থ হৈছিল নেকি?

সংৰক্ষিত লিংক শেহতীয়াকৈ ছ’চিয়েল মিডিয়াৰ জৰিয়তে এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে । ফটোখনত এখন দুৰ্ঘটনাগ্রস্থ হেলিকপ্টাৰ দেখা গৈছে । দাবী কৰা হৈছে যে এইখন শেহতীয়াকৈ লাডাখত দুৰ্ঘটনাগ্রস্থ হোৱা ভাৰতীয় এমআই ১৭ হেলিকপ্টাৰ ।  উক্ত ফটোখন অসমত হোৱাটচ এপ্পৰ জৰিয়তে ভাইৰেল হৈ পৰিছে । বিভিন্নজনে উক্ত ফটোখন শ্বেয়াৰ কৰিছে আৰু এনেকুৱা ঘটনা কিবা সঁচাকৈ ঘটিছে […]

Continue Reading