FACT CHECK: লণ্ডনৰ পুৰণি ভিডিঅ’ নেডাৰলেণ্ডৰ বিদ্যালয়সমূহত গীতাৰ অধ্যয়ন বাধ্যতামূলক কৰা হৈছে বুলি দাবী কৰি শ্বেয়াৰ কৰা হৈছে
ছ’চিয়েল মিডিয়াত বিভিন্ন ভাষাত ভাইৰেল হৈ পৰা এটা পোষ্টত শেহতীয়াকৈ দাবী কৰা হৈছে যে নেডাৰলেণ্ড চৰকাৰে ঘোষণা কৰিছে যে পঞ্চম শ্ৰেণীৰ পৰা বিদ্যালয়সমূহত ভগৱৎ গীতাৰ অধ্যয়ন বাধ্যতামূলক কৰা হৈছে। এনে ধৰণৰ কিছুমান পোষ্ট এখন ছবিৰ সৈতে শ্বেয়াৰ কৰা হৈছে আনহাতে কিছুমান ভিডিঅ’ৰ সৈতে শ্বেয়াৰ কৰা হৈছে। ফেক্ট ক্ৰেচেণ্ডো অসমীয়ায়ে উক্ত ভাইৰেল দাবিটোৰ সত্যতা নিৰূপণ কৰিবলৈ […]
Continue Reading