ছোনম ৱাংচুকে চীনক বাট দেখুৱাই ভাৰত আক্ৰমণ কৰাত সহায় কৰিব বুলি কৈছিল নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।
নীট আৰু চিবিএছই পৰীক্ষাত সংঘটিত হোৱা অনিয়মৰ অভিযোগত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত ২০২৬ চনৰ ২৮ জুনৰ পৰা অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে বৈজ্ঞানিক তথা সামাজিক কৰ্মী ছোনম ৱাংচুকে। এই পটভূমিত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে ছোনম ৱাংচুকে কৈছে এইবুলি, “চীনে যদি লাডাখেদি ভাৰত আক্ৰমণ কৰে তেন্তে আমি […]
Continue Reading
