কানাডাৰ ৰাজপথত খালিস্তানী সমৰ্থকে গুজৰাটী লোকক মুকলিকৈ ভাবুকি প্ৰদান কৰিছে নেকি? সত্যটো কি জানক।  

শেহতীয়াকৈ চেপ্তেম্বৰৰ ১৮ তাৰিখে কানাডাৰ ব্ৰিটিছ কলম্বিয়াৰ এটা শিখ মন্দিৰৰ পাৰ্কিং এলেকাত শিখ বিচ্ছিন্নতাবাদী নেতা হৰদীপ সিং নিজ্জৰক গুলীয়াই হত্যা কৰা হৈছিল। এই বিষয়ত ভাৰতক দোষাৰোপ কৰিছিল কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে। যাৰ বাবে দুয়োখন দেশৰ মাজত কুটনৈতিক সম্পৰ্কৰ অৱনতি ঘটিছে। অৱশ্যে ভাৰতে এই হত্যাকাণ্ডৰ লগত কোনো ধৰণে জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে। কিন্তু কানাডাৰ খালিস্তানীসকলে […]

Continue Reading

কানাডাত সঁচাকৈয়ে আৰএছএছক নিষিদ্ধ কৰা হৈছে নেকি? সত্যটো কি জানক।  

শেহতীয়াভাৱে কানাডাত এগৰাকী শিখ নেতাক হত্যা কৰাক লৈ ভাৰত আৰু কানাডাৰ মাজৰ কুটনৈতিক সম্পৰ্কত প্ৰভাৱ পৰা দেখা গৈছে। পৃথক খালিস্তানৰ দাবীয়ে বিশ্বৰ আন প্ৰান্তৰ কিছুমান দেশত ভাৰত বিৰোধী এক বাতাবৰণৰ সৃষ্টি কৰা দেখা গৈছে। তেনে পৰিপ্ৰেক্ষিটত ফেচবুক, এক্স(পূৰ্বৰ টুইটাৰ) আদি সামাজিক মাধ্যমত এটা ভিডিঅ’ বহুলভাৱে প্ৰচাৰ হোৱা দেখা গৈছে, য’ত এগৰাকী ব্যক্তিয়ে কানাডাত আৰএছএছ নিষিদ্ধ […]

Continue Reading

কানাডাই শেহতীয়াকৈ ইয়াৰ নাগৰিকৰ বাবে ভাৰত ভ্ৰমণ সম্পৰ্কে ভ্ৰমণ উপদেশ জাৰি কৰি ভাৰত ভ্ৰমণত বাধা আৰোপ কৰিছে নেকি?

শেহতীয়াকৈ ভাৰত আৰু কানাডাৰ মাজত ঘটা কূটনৈতিক সংঘাতৰ পিছতে চ’চিয়েল মেডিয়াত বিভিন্ন ধৰণৰ বাতৰি প্ৰচাৰ হোৱা দেখা গৈছে। এনে সময়তে ফেচবুকত এটা বাতৰি প্ৰচাৰ কৰা হৈছে যে কানাডাই ইয়াৰ নাগৰিকৰ বাবে নতুন ভ্ৰমণ উপদেশ জাৰি কৰিছে আৰু অসম, মণিপুৰ, জম্মু কাশ্মীৰ আদি ঠাইলৈ নাযাবলৈ কৈছে। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই […]

Continue Reading

FACT CHECK: উত্তৰ মেৰুত প্ৰকাণ্ড চন্দ্ৰটোৱে সূৰ্যক গ্ৰহন লগোৱা দৃশ্যৰ ভিডিঅ’টো মিছা

এটা ভিডিঅ’ত দেখা গৈছে এক খালি পৰিবেশ য’ত প্ৰকাণ্ড চন্দ্ৰই সূৰ্যক গ্ৰহণ লগাইছে। ভিডিঅ’টোত সূৰ্যক গ্ৰহণ লগোৱাৰ পূৰ্বে চন্দ্ৰটো ভূ-পৃষ্ঠৰ একেবাৰে সমীপত দেখা গৈছে আৰু এটা অন্ধকাৰময় পৰিবেশৰ সূচনা কৰি দিগন্তত বিলিন হৈ গৈছে। ছোচিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ভিডিঅ’টো শ্বেয়াৰ কৰি আছে আৰু দাবী কৰি আছে যে এই ভিডিঅ’টো ৰাছিয়া আৰু কানাডাৰ মাজৰ উত্তৰ মেৰুৰ। Original […]

Continue Reading