পশ্চিমবংগৰ মালডাৰ বিজেপি অফিচ লণ্ডভণ্ড কৰা পুৰণি দৃশ্য অসমৰ বুলি পুনৰ ভাইৰেল।

২০২৪ চনৰ ১৯ এপ্ৰিলৰ পৰা ১ জুনলৈ ভাৰতত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰ দ্বাৰা ১৮ সংখ্যক লোকসভাৰ ৫৪৩ জন সদস্যক নিৰ্বাচিত কৰা হ’ব। সাধাৰণ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দৈনিক বহু ছবি আৰু ভিডিঅ’ই ইণ্টাৰনেটত ব্যাপকভাৱে প্ৰচাৰ লাভ কৰি আছে। আনফালে, এটা দলীয় কাৰ্যালয়ৰ আচবাব ভাঙি, প’ষ্টাৰ ফালি পেলোৱাৰ দৃশ্যৰে এটা ভিডিঅ’ ছ’চিয়েল […]

Continue Reading

অসমত ব্ৰ‌ইলাৰ মুৰ্গীৰ মাংস বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে নেকি?

শেহতীয়াকৈ চ’চিয়েল মিডিয়াত এটা বাতৰি ভাইৰেল হৈছে য’ত কোৱা হৈছে যে বাৰ্ড ফ্লুৰ বাবে অসমত ব্ৰ‌ইলাৰ মুৰ্গীৰ মাংস নিষিদ্ধ কৰা হৈছে। Facebook Link | Archived Link তেনে এটা পোষ্ট আমি ইয়াতো পালোঁ। Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি ভাইৰেল ভিডিঅ’টো প্ৰথমে ভালদৰে চালোঁ। ভিডিঅ’টোৰ ১:০১ […]

Continue Reading

সঁচাকৈয়ে পলাশবাৰীলৈ ৰাস চাবলৈ যোৱাৰ পথত ভূতে আগভেদি ধৰিলে নেকি গাড়ী? 

শেহতীয়াভাৱে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটি  বিশেষ ভিডিঅ’। ভিডিঅ’টোত দেখা গৈছে যে কোনো এগৰাকী ব্যক্তিয়ে নিশাৰ ভাগত গাড়ী চলাই গৈ থাকোতে তেওঁৰ গাড়ীৰ সমুখত এটি অস্বাভাৱিক জীৱই আগভেটা দিছে। দেখিবলৈ মানুহৰ দৰে সেই জীৱটোৱে বাটত যেন চুচৰি গৈ আছে।  এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে সেই ভিডিঅ’টো নিজৰ ফেচবুক প্ৰোফাইলত আপলোড কৰি দাবী কৰিছে যে তেওঁ ৰাস […]

Continue Reading

অসমত কোনো ধৰণৰ লাভ জেহাদৰ ঘটনা সংঘটিত হোৱা নাই

শেহতীয়াকৈ শ্ৰদ্ধা ৱাকাৰৰ হত্যাকাণ্ডৰ পিছত ছ’চিয়েল মিডিয়াত ‘লাভ জেহাদ’ দাবীৰে কেইবাটাও অভিযোগ বৃদ্ধি পোৱা দেখা গৈছে। এই অভিযোগসমূহৰ অধিকাংশৰে একে ধৰণৰ আৰ্হি আছে,য’ত থাকে এজন মুছলমান পুৰুষ, এগৰাকী হিন্দু মহিলা আৰু এক ভয়ংকৰ হত্যাকাণ্ড। ইয়াৰ মাজতে অসমত সাতজন মুছলমান পুৰুষে কাজল নামৰ ছোৱালীজনীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰা বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰিত […]

Continue Reading

সিংহই বিচৰণ কৰি থকা এই ভিডিঅ’টো অসমৰ নহয়

শেহতীয়াকৈ এটা বিশেষ ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টোত এটা সিংহ‌ই গৰ্জন কৰি থকা দেখা গৈছে আৰু দাবী কৰা হৈছে যে ভিডিঅ’টো অসমৰ কৰিমগঞ্জৰ কলকলিৰ। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি ৰিভাৰ্চ ইমেজ চাৰ্চ কৰি ২০২০ চনৰ ২৭ অক্টোবৰত “SabiSabiReserve” […]

Continue Reading

এইখন অসমৰ জয়মালা নামৰ হাতীটোৰ ফটো নহয়!

অসমৰ পৰা নিয়া জয়মালা নামৰ এটা হাতীক তামিলনাডুত নিৰ্মমভাৱে প্ৰহাৰ কৰা বুলি দাবীৰে কিছু ভিডিঅ’ শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে ।  সৰৱ হৈ পৰিছে প্ৰকৃতিপ্ৰেমী তথা অসমৰ ৰাইজ । ফেচবুকত এই বিষয়ে বিভিন্ন ফটো, ভিডিঅ’ সম্বলিত পোষ্ট আপলোড তথা শ্বেয়াৰ কৰা হৈছে । এনে সময়তে এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে । দাবী কৰা হৈছে এইয়া […]

Continue Reading

জলাশয়ৰ এটা গাঁতত তীব্ৰ সোঁতত জলাশয়ৰ পানী, উদ্ভিদ আদি সোমাই যোৱা ভিডিঅ’টো অসমৰ নহয়

শেহতীয়াকৈ এটা বিশেষ ভিডিঅ’ই বিভিন্নজনৰ দৃষ্টি আকৰ্ষণ কৰা দেখা গৈছে। ভিডিঅ’টোত দেখা গৈছে মেটেকাজাতীয় উদ্ভিদেৰে পৰিপূৰ্ণ এক বিশাল জলাশয় আৰু সেই জলাশয়ৰ এটা অংশত এটা গাঁত। সেই গাঁতলৈ তীব্ৰ সোঁতত জলাশয়ৰ পানী, উদ্ভিদ সকলোবোৰ সোমাই গৈ আছে। ভিডিঅ’টোৰ কেপশ্বনত লিখা আছে সেই দৃশ্য সুঁতিৰপাৰ ৰৌমাৰী বিলৰ।  Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই […]

Continue Reading

এক প্ৰকাণ্ড সাপে ৰাস্তা পাৰ হৈ থকা ভিডিঅ’টো অসমৰ নহয়

অলপতে চ’চিয়েল মেডিয়াযোগে এটা বিশেষ ভিডিঅ’ই বিভিন্নজনৰ দৃষ্টি আকৰ্ষণ কৰা দেখা গৈছে। শেহতীয়া  বানৰ সময়ৰ বুলি দাবী কৰা এই বিশেষ ভিডিঅ’টোত দেখা গৈছে যে এডাল বিশাল আকৃতিৰ সাপ পথৰ ওপৰেৰে পাৰ হৈ গৈ আছে। অসম, অসমৰ বানপানী ইত্যাদি শব্দ ভিডিঅ’টোৰ কেপশ্বনত হেশ্বটেগ হিচাপে ব্যৱহাৰ কৰা হৈছে। Facebook Link | Archived Link ভিডিঅ’টোৰ কমেণ্ট অংশত এই […]

Continue Reading

ঘঁৰিয়ালৰ ভাইৰেল ভিডিঅ’টো অসমৰ দীপৰ বিলৰ নহয়!

শেহতীয়াকৈ এটা বিশেষ ভিডিঅ’ বিভিন্ন চ’চিয়েল মেডিয়া প্লেটফ’ৰ্মত ভাইৰেল হোৱা দেখা গৈছে। আমাৰ হোৱাটচ‌এপ নম্বৰলৈও আহিছে এই ভিডিঅ’টো। ভিডিঅ’টোত পানী আৰু মেটেকাৰ মাজত এটা ঘঁৰিয়ালে এক বিশেষ শব্দ কৰি থকা দেখা গৈছে। দাবী কৰা হৈছে যে এই ঘঁৰিয়ালটো দেখা গৈছে অসমৰ দীপৰ বিলত। Facebook Link |  Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই অনুসন্ধান কৰি জানিব […]

Continue Reading

এই বানপানীৰ ভিডিঅ’টো অসমৰ নহয়! 

অসমত ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ সৈতে বানপানীয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । ৰাজ্যৰ একাধিক স্থানত পথ আৰু ৰে’ল সংযোগ বিচ্ছিন্ন হৈ পৰিছে। ৰাজ্যৰ ২০খন জিলাৰ প্ৰায় ২ লাখ লোক বানপানীৰ কৱলত পৰিছে। ৰাজ্যৰ বিভিন্ন স্থানৰ বানপানী আৰু ভূমিস্খলনৰ ফটো আৰু ভিডিঅ’ৰে ছচিয়েল মিডিয়া ভৰি পৰিছে । এনে সময়তে অসমৰ শেহতীয়া বান পৰিস্থিতিৰ বুলি দাবী কৰি […]

Continue Reading