২০১৭ চনৰে সম্পাদিত এক ফটো, বিহাৰৰ শেহতীয়া ৰাজনৈতিক ৰেলীৰ ফটো বুলি প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াভাবে সমাগত লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে ৰাজনৈতিক বাতাবৰণ গৰম হৈ পৰি দেখা গৈছে। শাসকীয় পক্ষয়ে হওক অথবা বিৰোধী পক্ষয়ে হওক, সকলোৱেই নিজৰ শক্তি প্ৰদৰ্শনৰ কুছকাৱাজ আৰম্ভ কৰিছে। বিহাৰৰ ৰাজনীতিও ক্ৰমাত উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে। তাৰেই পৰিপ্ৰেক্ষিতত অসমৰ ফেচবুকত এখন বিশেষ ফটো প্ৰচাৰ কৰা দেখা গৈছে। দুখন ফটো লগ লগাই ফটোখন প্ৰস্তুত কৰা […]

Continue Reading

ৰাস্তাত সিঁচৰতি হৈ থকা মাছৰ এই ভাইৰেল ফটোখন গুৱাহাটীৰ নহয়

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এখন বিশেষ ফটো আহিছিল। ফটোখন আছিল কেইটামান বাতৰিৰ ক’লাজ। তাত লিখা আছিল এইকেইটা বাক্য: * ৩১ মে’ সন্ধিয়াৰ খবৰ * ভয়ংকৰ পথ দুৰ্ঘটনা এটা পৰিয়াল শেষ হ’ল * গুৱাহাটীত বৰষুণৰ সৈতে হৰি পৰিছে মাছএই বাক্যকেইশাৰীৰ লগতে দুখন ফটোও আছিল তাত ক’লাজ কৰা। এখন ফটো আছিল কোনো এক দুৰ্ঘটনাৰ আৰু আনখন ফটো […]

Continue Reading

FACT CHECK: এই ‘জীৱ’টো বিহাৰৰ আকাশৰ পৰা সৰি পৰা নাই!

শেহতীয়াভাৱে অসমত ফেচবুকত এটা সৰু ভিডিঅ’ ক্লিপ ভাইৰেল হৈ পৰিছে এই দাবীৰে যে বিহাৰৰ দৰভাংগাৰ ওচৰত আকাশৰ পৰা এটা জীৱ সৰি পৰিছে। বিশেষ সেই ফেচবুক পোষ্টটো ভাইৰেল হৈ পৰিছে আৰু ৰাজ্যখনত বিভিন্নজনে সেই চুটি ভিডিঅ’ ক্লিপটো আপলোড আৰু শ্বেয়াৰ কৰি আছে। Original Link- Facebook | Archived Link Original Link- Facebook | Archived Link Original Link- […]

Continue Reading

FACT CHECK: পশ্চিম বংগৰ মোদী বিৰোধী প্ৰতিবাদৰ ফটো বিহাৰৰ বুলি প্ৰচাৰ!

প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে প্ৰতিবাদ কৰা একাংশ লোকৰ ফটো এখন বিহাৰ নিৰ্বাচনৰ পূৰ্বে বিহাৰৰ একাংশ লোকে প্ৰতিবাদ কৰা বুলি অসমৰ ছ’চিয়েল মিডিয়াত ব্যাপক ৰূপত শ্বেয়াৰ কৰি থকা দেখা গৈছে। ফটোখনত, যিখন ৰাতি তোলা হৈছে, আমি দেখা পাওঁ যে প্ৰতিবাদকাৰীসকলে ৰাজপথত “GO BACK MODI” লেখি এখন পেইন্টিং আঁকি আছে।  এগৰাকী হোৱাটছএপ ব্যৱহাৰকাৰীয়ে আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈ ফটোখনৰ […]

Continue Reading