এই ভিডিঅ’টো ম্যানমাৰৰ পৰা অবৈধভাৱে মণিপুৰত প্ৰবেশ কৰা লোকৰ নহয়।

মেইটেই আৰু কুকিৰ মাজত চলি থকা জনগোষ্ঠীয় সংঘৰ্ষ‌ই এতিয়াও মণিপুৰত চাঞ্চল্যৰ সৃষ্টি কৰি আছে। মণিপুৰৰ হিংসাত্মক ঘটনাৰ বিষয়ে উল্লেখ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অভিযোগ কৰে যে ম্যানমাৰৰ সংঘাতৰ ফলত ম্যানমাৰৰ পৰা বহু কুকি পাৰ হৈ মণিপুৰত প্ৰৱেশ কৰে। তেওঁ কয় যে ম্যানমাৰৰ ৰাজনৈতিক অস্থিৰতাৰ বাবে হাজাৰ হাজাৰ শৰণাৰ্থীয়ে ছিদ্ৰযুক্ত সীমান্ত পাৰ হৈ মণিপুৰলৈ পলায়ন […]

Continue Reading

কোৰাণৰ আয়াতেৰে ৰাজস্থানৰ ছালুম্বৰ জিলা উদ্বোধন কৰা হৈছিল নেকি? সত্যটো কি?  

শেহতীয়াকৈ ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে বিধানসভাত নিজৰ ৰাজ্যৰ ১৯খন নতুন জিলা ঘোষণা কৰে। ইয়াৰ পাছত নতুন জিলা ছালুম্বাৰৰ উদ্বোধনী অনুষ্ঠানৰ এটা ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। ইয়াত আপুনি দেখিব পাৰে যে মঞ্চত এজন মৌলৱীয়ে মাইকত কোৰাণৰ আয়াত পাঠ কৰি ছালুম্বাৰ জিলাৰ উদ্বোধনী অনুষ্ঠানৰ কথা কৈছে। ইয়াৰ সমান্তৰালকৈ কোৰাণৰ এটা আয়াত পাঠ কৰি ছালুম্বাৰ জিলা উদ্বোধন […]

Continue Reading

হনুমানে লংকা দহন কৰা নাছিল বুলি ৰাহুল গান্ধীয়ে সঁচাকৈয়ে কৈছিলনে?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিষয়ে কৰা মন্তব্যত মানহানিৰ গোচৰ ৰুজু হোৱাৰ পাছত দোষমুক্ত হোৱা ৰাহুল গান্ধীয়ে সংসদৰ সদস্যপদ ১৩৬ দিনৰ অন্তত পুনৰ ঘূৰাই পালে। ইয়াৰ পাছতে ৰাহুল গান্ধীয়ে সংসদৰ চলি থকা অধিৱেশনত উপস্থিত হয়। বিশেষকৈ তেওঁ মণিপুৰৰ বিষয়টো সদনৰ সন্মুখত দাখিল কৰে। সেই সময়ত তেওঁ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে। ইফালে ৰামায়ণৰ লংকা দাহ সন্দৰ্ভত […]

Continue Reading

দেৱেন্দ্ৰ ফা়ডনবিছে বীৰ সাৱাৰকাৰক সমকামী,ক্ষমাপ্ৰাৰ্থী আদি বুলি কৈছে নেকি? সত্যটো কি?

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনবিছৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত ফডনৱিছে বিনায়ক দামোদৰ সাৱাৰকাৰক লৈ অপমানজনক মন্তব্য কৰা দেখা গৈছে। মহাৰাষ্ট্ৰ বিধানসভাত হিন্দুত্ববাদী মতাদৰ্শবাদী ভি.ডি. সাৱৰকাৰক ফাডনবিছে অপমান কৰা বুলি দাবী কৰি এই ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে।  ১০ চেকেণ্ডৰ ভাইৰলে ভিডিঅ’ ক্লিপটোত শুনা গৈছে যে “Veer Savarkar was an apologist, Veer Savarkar was […]

Continue Reading

অক্সফ’ৰ্ড অভিধানে ভাৰতীয়সকলৰ পুৰণিকলীয় আৰু অপৰাধী বুলি উল্লেখ কৰিছে নেকি? সত্যটো কি?  

যোৱা কেইবছৰমানৰ পৰা আমাৰ দেশৰ একাংশ লোকে দেশৰ নাম ইণ্ডিয়াৰ(INDIA)ৰ পৰা ভাৰতলৈ সলনি কৰাৰ দাবী উত্থাপন কৰি আহিছে। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কয় যে আমাৰ সংবিধানত ভাৰত আৰু ইণ্ডিয়া(INDIA) দুয়োটা নাম উল্লেখ কৰা হৈছে। পাছত এই সম্পৰ্কীয় গোচৰটো খাৰিজ কৰা হয়। শেহতীয়া ভাৱে ছ’চিয়েল মিডিয়াত এটা পোষ্ট ভাইৰেল হৈ আছে যে অক্সফ’ৰ্ড অভিধানে INDIAN(ভাৰতীয়) শব্দৰ […]

Continue Reading

কাশ্মীৰত এইদৰে শাৰী পাতি বিলাহী কিনিবলগীয়া পৰিস্থিতি হৈছে নেকি? সত্যটো কি?

শেহতীয়াকৈ কেইবাটিও বহুমহলীয়া অট্টালিকা থকা এটি হাউছিং ছ’চাইটিত এখন গাড়ীৰ সন্মুখত দীঘলীয়া শাৰীত থিয় হৈ থকা একাংশ মহিলাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়া, বিশেষকৈ ফেচবুকত শ্বেয়াৰ কৰা হৈছে আৰু দাবী কৰা হৈছে যে  কাশ্মীৰী মহিলাসকলে বিলাহী কিনিবলৈ দীঘলীয়া শাৰী পাতি থিয় হৈ আছে। ভিডিঅ’টোত শ্বেয়াৰ লিখা হৈছে, “৩৭০ অনুচ্ছেদ বাতিলৰ হোৱাৰ পাছত লোকে কাশ্মীৰত মাটি কিনিম বুলি […]

Continue Reading

এই ফটোখন মণিপুৰৰ নাৰী নিৰ্যাতনৰ ঘটনাৰ অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে কৰা সমাবেশৰ নহয়।

মণিপুৰত হোৱা নাৰী নিৰ্যাতনৰ ঘটনাৰ পিছত একাংশ অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। এনে পৰিপ্ৰেক্ষিতত নিৰ্যাতন চলোৱা লোকসকলৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি সংখ্যাগৰিষ্ঠ মেইটেই গোটে মণিপুৰত প্ৰতিবাদী সমদল উলিওৱা বুলি দাবী কৰি চ’চিয়েল মেডিয়াত এখন ফটো ভাইৰেল হৈছে। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি ৰিভাৰ্ছ ইমেজ […]

Continue Reading

মণিপুৰত এয়া কুকি আৰু মেইটেই গায়িক-গায়িকাৰ যুটী হয় নেকি? সত্যটো কি?

মেইটেই আৰু কুকিৰ মাজত চলি থকা জনগোষ্ঠীয় সংঘৰ্ষৰ মাজতে এতিয়াও মণিপুৰত তীব্ৰ চাঞ্চল্যকৰ  পৰিবেশ বিৰাজ কৰি আছে। এনেকুৱা এক পৰিবেশতেই দুই গায়ক-গায়িকাই এটি পুৰণি হিন্দী গীত ‘হম আপ কি আংখোন মেইন’ গাই থকা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে। দাবী কৰা হৈছে যে এই দুজন গায়ক-গায়িকা মণিপুৰৰ কুকি আৰু মেইটি সম্প্ৰদায়ৰ। আনকি উচ্চতম ন্যায়ালয়ৰ […]

Continue Reading

এয়া নিউয়ৰ্কৰ শৰণাৰ্থী মুছলমানে কৰা সংঘৰ্ষৰ ভিডিঅ’ নহয়।

শেহতীয়াকৈ দেশত চলি থকা সাম্প্ৰদায়িক সংঘৰ্ষ আৰু হিংসাত্মক ঘটনা সন্দৰ্ভত ইণ্টাৰনেটত বহু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ইফালে আমেৰিকাৰ পৰা এটা ভিডিঅ’ পোহৰলৈ আহিছে। তাত ৰাস্তাত বহু মানুহ গোট খোৱা দেখা গৈছে। পুলিচৰ ওপৰত বটল আৰু আন বহুতো বস্তু দলিয়াই দিয়াও দেখা গৈছে। এই লোকসকল আমেৰিকাৰ নিউয়ৰ্কত সংঘৰ্ষ কৰা মুছলমান শৰণাৰ্থী বুলি দাবী কৰা হৈছে। ভাইৰেল […]

Continue Reading

এই ভিডিঅ’টো হাৰিয়ানাত চলি থকা সাম্প্ৰদায়িক সংঘৰ্ষৰ নহয়।

শেহতীয়াকৈ হাৰিয়ানাৰ নুহ জিলাত সাম্প্ৰদায়িক হিংসাৰ সৃষ্টি হয় য’ত ভিএইচপি আৰু বজৰংগ দলৰ উদ্যোগত আয়োজিত এক শোভাযাত্ৰাত আন এটা সম্প্ৰদায়ৰ লোকে আক্ৰমণ কৰে। শোভাযাত্ৰাত অংশগ্ৰহণ কৰা লোকসকলে অস্ত্ৰ-শস্ত্ৰ লৈ অহা বুলিও খবৰ পোৱা গৈছে। ইয়াৰ পটভূমিত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এজন মুছলমান লোকক ৰাইজে খেদি খেদি মাৰপিট কৰা ভিডিঅ’। এই ভিডিঅ’টো হাৰিয়ানাৰ বুলি দাবী […]

Continue Reading