FACT CHECK: আইমী বৰুৱায়ে ‘কা’ নমনা লোকক অসম তথা ভাৰতৰ পৰা খেদি পঠিওৱা হব বুলি কোৱা নাছিল!
শেহতীয়াকৈ অসমত ছ’চিয়েল মিডিয়াৰ যোগেদি এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । বিভিন্নজনে উক্ত ভিডিঅ’টো ফেচবুকত আপলোড কৰি দাবী কৰিছে যে অসমৰ বিজেপি মন্ত্ৰী পিযুষ হাজৰিকাৰ পত্নী আইমী বৰুৱায়ে এক ভাষণত ‘কা’ বা নাগৰিকত্ব সংশোধনী আইন নমনা লোক সকলক অসম তথা ভাৰতৰ পৰা খেদি পঠিওৱা হব বুলি কৈছে । Original Link- Facebook | Archived Link […]
Continue Reading