Fact Check: গুজৰাটৰ এক পাৰ্কিং লটত এটা সিংহই বিচৰণ কৰা দৃশ্য অসমৰ বুলি ভাইৰেল কৰা হৈছে!
যিমানেই মহানগৰসমুহ ডাঙৰ হৈ গৈ আছে, সিমানই বন্য জীৱজন্তুৱে জনবসতিপূৰ্ণ অঞ্চলত ঘুৰি ফুৰা দৃশ্য সঘনাই দেখিবলৈ পোৱা হৈছে, কেতিয়াবা ভিন্ন দাবীৰে সেই দৃশ্য ভাইৰেল হয়। তেনেকুৱায়ে এটা চিচিটিভি দৃশ্য,যত এটা মাইকী সিংহই সাধাৰণভাৱে খোজ কাঢ়ি থকা আৰু জাঁপ মাৰি দেৱাল পাৰ হৈ যোৱা দেখা গৈছে, অসমত হোৱাটছএপত ভাইৰেল হৈ পৰিছে। ভাইৰেল মেছেজটোত লিখা হৈছে যে […]
Continue Reading