ফটোখনত থকা লোকজন প্ৰকৃততে নৰেন্দ্ৰ মোদীৰ দীক্ষাগুৰু RSSৰ তদানীন্তন শীৰ্ষ কৰ্মকৰ্তা লক্ষ্মণৰাও ইনামদাৰ হে। আন্না হাজাৰে নহয়।
শেহতীয়াভাবে অসমত এখন ফটো ব্যাপকভাৱে প্ৰচাৰ হৈছে । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যুৱাৱস্থাৰ ফটোখনত মোদীৰ সৈতে আন এগৰাকী ব্যক্তিক দেখা গৈছে। ফটোখনেৰে দাবী কৰা হৈছে যে সেই বিশেষ ব্যক্তিগৰাকী হৈছে জন লোকপাল আন্দোলনৰ মূল হোতা আন্না হাজাৰে। এটা ফেচবুক পেজে ফটোখন আপলোড কৰি সেই দাবী উত্থাপন কৰিছে। লিখিছে- ২০১৩/১৪ চনত জন লোকপালৰ নামত মোদী ঢৌ […]
Continue Reading