Fact Check: নীতা আম্বানীয়ে ধৰ্মৰ বিষয়ত কোনো টুইট কৰা নাই!
নীতা আম্বানী নামৰ এটা টুইটাৰ হেণ্ডেলৰ পৰা দুটা ধৰ্মক লৈ কৰা এটা টুইটৰ স্ক্ৰিনশ্বট শেহতীয়াভাৱে অসমৰ ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা পৰিলক্ষিত হৈছে। স্ক্ৰিণশ্বটটোত লিখা আছিল “পেটৰ পৰাটো হিন্দুয়েই ওলাই কিন্তু পাছত বাহিৰত তাক মুচলমান বনোৱা হয় । আল্লাৰ যদি শক্তি আছে… কেঁচুৱা জন্ম দিয়ক…”। Archived Link এগৰাকী হোৱাটছএপ ব্যৱহাৰকাৰীয়ে আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈ সেই […]
Continue Reading