মহাৰাষ্ট্ৰৰ লাটুৰত মিলাদ-উন-নৱী উপলক্ষে আয়োজিত বাইক ৰেলীৰ দৃশ্য‌ কংগ্ৰেছ দলৰ নিৰ্বাচনী ৰেলীৰ বুলি ভাইৰেল।

মহাৰাষ্ট্ৰৰ শেহতীয়া নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। তেনে এটা পোষ্ট আমাৰ দৃষ্টিগোচৰ হ’ল য’ত এক বাইক ৰেলীৰ ভিডিঅ’ দেখুওৱা হৈছে। ছ’চিয়েল মিডিয়াত ভিডিঅ’টো শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে এয়া মহাৰাষ্ট্ৰৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী সাজিদ খান মাস্তানৰ নিৰ্বাচনী ৰেলী আৰু এই ৰেলীত বিভিন্ন ৰাষ্ট্ৰৰ মুছলমান সন্ত্ৰাসবাদীৰ পতাকা ব্যৱহাৰ […]

Continue Reading

এইবাৰৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ৪০০ পাৰ কৰিব বুলি মল্লিকাৰ্জুন খৰ্গেয়ে সঁচাকৈয়ে কৈছিল নেকি?

ভাৰতত ১৮ সংখ্যক লোকসভাৰ নিৰ্বাচন ২০২৪ চনৰ এপ্ৰিলৰ পৰা মে’ৰ ভিতৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। ৰাজনৈতিক দলসমূহ সেই প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে। ইফালে বিৰোধী নেতা তথা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ এটা ভিডিঅ’ চ’চিয়েল মেডিয়াত দ্ৰুতগতিত শ্বেয়াৰ কৰা হৈছে, য’ত তেওঁ সদনত ভাষণ দিয়া দেখা গৈছে। এই ভিডিঅ’ ক্লিপটো শ্বেয়াৰ কৰাৰ সময়ত দাবী কৰা হৈছে যে […]

Continue Reading

FACT CHECK: ভাইৰেল ভিডিঅ’ত দাবী কৰা হৈছে যে ভাৰতত ব্যৱহাৰ হোৱা ইভিএমত খেলিমেলি কৰিব পাৰি।

অসমত ফেচবুকত ভাইৰেল হোৱা এটা ভিডিঅ’ত দাবী কৰা হৈছে যে গোটেই দেশতে ব্যৱহাৰ হোৱা ইভিএম সমুহ বিশেষজ্ঞই টেম্পাৰিং কৰিব পাৰে। হিন্দী ভাষাত কথা কোৱা এজন লোকে ভিডিঅ’টোত  ইভিএমৰ দৰে এটা যন্ত্ৰ দেখুৱাই কৈছে যে ইভিএম টেম্পাৰিং ইমানো জটিল কাম নহয় আৰু তেওঁ সেয়া কৰিও দেখুৱাইছে। Original Link: Facebook | Archived Link কেচপনটোত দাবী কৰা হৈছে […]

Continue Reading

Fact Check: অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হ’ল বুলি ভুলকৈ দাবী কৰা হৈছে!

অসমত ছ’চিয়েল মিডিয়াত অতি সোনকালে বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰা হব বুলি ব্যাপক ভাৱে পোষ্ট শ্বেয়াৰ কৰি থকা হৈছে।  অসম বিধানসভাৰ দিন ঘোষণা কৰা হৈছে বুলি প্ৰচাৰ কৰি থকা তেনেকুৱা এটা ফৰৱাৰ্ড মেছেজ আমাৰ ফেক্টলাইন নম্বৰ 904 905 3770লৈ প্ৰেৰণ কৰি এজন ব্যৱহাৰকাৰীয়ে সেই কথাৰ সত্যতা জানিবলৈ বিচাৰিছিল। ফৰৱাৰ্ড মেছেজটোত এটা স্ক্ৰিণশ্বট আছে যত আজ টক […]

Continue Reading