ভূমিকম্পৰ সময়তো নামাজ পঢ়ি থকা এই ভিডিঅ’টো ইণ্ডোনেছিয়াত হোৱা শেহতীয়া ভূমিকম্পৰ সময়ৰ নহয়

যোৱা ২১ তাৰিখ সোমবাৰে ইণ্ডোনেছিয়াৰ পশ্চিম জাভাত হোৱা এক বিধ্বংসী ভূমিকম্পত প্ৰায় ২৬৮ গৰাকী ব্যক্তিৰ প্ৰাণহানি হোৱাৰ লগতে বহুতো লোক আহত হয়। ভূমিকম্পৰ পাছতে এই সম্পৰ্কীয় বিভিন্ন ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ইয়াৰ মাজতে এটা বিশেষ ভিডিঅ’ই চ’চিয়েল মেডিয়াত চৰ্চা লাভ কৰা দেখা গৈছে। ভিডিঅ’ত দেখা গৈছে যে প্ৰচণ্ড ভূমিকম্পৰ মাজতো এটা মছজিদত […]

Continue Reading

বানপানীত উটি যোৱা দলংৰ ভাইৰেল ভিডিঅ’টো অসমৰ নহয়!

অসমত ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ সৈতে বানপানীয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । ৰাজ্যৰ একাধিক স্থানত পথ আৰু ৰে’ল সংযোগ বিচ্ছিন্ন হৈ পৰিছে। ৰাজ্যৰ ২০খন জিলাৰ প্ৰায় ২ লাখ লোক বানপানীৰ কৱলত পৰিছে। ৰাজ্যৰ বিভিন্ন স্থানৰ বানপানী আৰু ভূমিস্খলনৰ ফটো আৰু ভিডিঅ’ৰে ছচিয়েল মিডিয়া ভৰি পৰিছে । এনে সময়তে অসমৰ শেহতীয়া বান পৰিস্থিতিৰ বুলি দাবী কৰি […]

Continue Reading