হায়দৰাবাদৰ ভাগ্যলক্ষ্মী মন্দিৰত মুছলমানে আক্ৰমণ কৰি জুই লগাই দিয়া নাই। দাবীটো মিছা।

শেহতীয়াভাবে অসমৰ এটা ফেচবুক একাউণ্টৰ পৰা এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে হায়দৰাবাদৰ ভাগ্যলক্ষ্মী মন্দিৰত মুছলমানে অগ্নিসংযোগ কৰি আক্ৰমণ কৰিছে। ভিডিঅ’টোত অগ্নিকাণ্ডৰ দৃশ্য দেখা গৈছে। ছাৰমিনাৰৰ সমীপত এই অগ্নিকাণ্ড দেখা গৈছে ভিডিঅ’টোত। পোষ্টটোত লিখা হৈছে- মুছলমানে #ভাগ্যলক্ষ্মী_মন্দিৰত অগ্নিসংযোগ কৰি আক্ৰমণ কৰিলে … হায়দৰাবাদত। #মিলাদ_নবী নে কিবা দিন উদযাপনৰ আনন্দ কৰিবলৈ #হিন্দুৰ_মন্দিৰ_আক্ৰমণ Facebook Link […]

Continue Reading

এই ফটোখন ইমৰাণ খানৰ ওপৰত হোৱা শেহতীয়া আক্ৰমণৰ নহয়

যোৱা ৩ নৱেম্বৰত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ওপৰত আক্ৰমণ হৈছিল। পঞ্জাৱ প্ৰদেশৰ ৱাজিৰাবাদত এখন সভাত ভাষণ দি থকা অৱস্থাত এজন বন্দুকধাৰীয়ে তেওঁলৈ গুলীচালনা কৰিছিল। যাৰ ফলত তেওঁ ভৰিত আঘাত পাইছিল আৰু তেওঁক ততাতৈয়াকৈ হস্পিতালত ভৰ্তি কৰোৱা হৈছিল। তেওঁ বৰ্তমান সংকটমুক্ত। ইমৰাণ খানৰ লগতে তেওঁৰ কেইজনমান সমৰ্থকো আঘাতপ্ৰাপ্ত হৈছিল। এই ঘটনাৰ পাছতে চ’চিয়েল মেডিয়াত এখন […]

Continue Reading