২০২২ চনত মুম্বাই বিমান বন্দৰত তোলা বিৰাট-অনুষ্কাৰ ফটোকে জামনগৰ বিমান বন্দৰৰ শেহতীয়া ফটো বুলি দাবী কৰি প্ৰচাৰ।  

শেহতীয়াভাবে দেশৰ ধনাঢ্য ব্যৱসায়ী মুকেশ আম্বানীৰ কণিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ ৰাজকীয় বিবাহক লৈ সমগ্ৰ দেশতেই চৰ্চা অব্যাহত আছে। যেন সমগ্ৰ বিশ্বৰে সকলো স্তৰৰ তাৰকাৰ মহামিলন ঘটিছে সেই বিয়াখনত। সেই বিয়াত কোন কোন উপস্থিত আছিল,সেই কথা দোহৰা নিস্প্ৰয়োজন। তাৰ মাজতে তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলী আৰু তেওঁৰ সহধৰ্মিনী মোহময়ী অভিনেত্ৰী অনুষ্কা শৰ্মাৰ এখন ফটো ভাইৰেল হৈছে এই […]

Continue Reading

এই কৃষক আন্দোলন পাকিস্তানী গজৱা-এ-হিন্দৰ অন্তৰ্গত আক্ৰমণ নহয়। এই দাবী বিভ্ৰান্তিকৰ।     

শেহতীয়াভাৱে কৃষক সংঘই যোৱা ১৩ ফেব্ৰুৱাৰীৰ পৰা কেন্দ্ৰীয় চৰকাৰক তেওঁলোকৰ দাবী পূৰণ কৰিবলৈ বাধ্য কৰাবলৈ দিল্লীলৈ প্ৰতিবাদী আন্দোলন আৰম্ভ কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ফটো আৰু ভিডিঅ’ বিভিন্ন মিছা, বিভ্ৰান্তিকৰ,সংগতিহীন দাবীৰে ভাইৰেল হৈ আছে। তেনেকুৱা এটা ভিডিঅ’ এগৰাকী ব্যৱহাৰকাৰীয়ে ফেচবুকত আপলোড কৰি দাবী কৰিছে যে শেহতীয়া এই কৃষক আন্দোলনৰ আঁৰত আছে পাকিস্তানী বিচ্ছিন্নতাবাদী আৰু ই আন্তৰ্জাতিক […]

Continue Reading

জাপানৰ এই ভিডিঅ’সমূহ বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল।

শেহতীয়াকৈ চ’চিয়েল মিডিয়াত কেইটামান বিশেষ ভিডিঅ’ ভাইৰেল হোৱা দেখা গৈছে। দাবী কৰা হৈছে যে এই ভিডিঅ’সমূহ জাপানৰ আৰু ইয়াত মুছলমান জেহাদীয়ে স্হানীয় লোকক আক্ৰমণ কৰা দেখা গৈছে।  ফেচবুকত ভিডিঅ’সমূহ শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে,”ইউৰোপ আমেৰিকাৰ দেশ সমূহৰ পিছত এইবাৰ জাপানত মুছলমান জিহাদীৰ আক্ৰমণ।  জাপানৰ স্থানীয় নাগৰিকৰ লগত সংঘৰ্ষত লিপ্ত মুছলমান জিহাদী বোৰ। ভাৰতত মুছলমানৰ সাহস […]

Continue Reading

২০২১চনৰে ফটো ব্যৱহাৰ কৰি শেহতীয়া কৃষক আন্দোলনত ৰাহুল গান্ধীয়ে নেতৃত্ব দিছে বুলি প্ৰচাৰ কৰা হৈছে।     

শেহতীয়াভাৱে দেশত চৰ্চাৰ বিষয় হৈ থকা কৃষক আন্দোলনৰ পৰিপ্ৰেক্ষিতত অসমৰ লগতে দেশৰ ভিন্ন প্ৰান্তত ছোচিয়েল মিডিয়াত বিভিন্ন ধৰণৰ ফটো আৰু ভিডিঅ’ অপব্যাখ্যা আৰু ভুল তথ্যৰে ভাইৰেল হৈ পৰিছে। বিভিন্ন মিছা দাবীৰে কৃষক আন্দোলনকেন্দ্ৰীক ফটো বা ভিডিঅ’ প্ৰচাৰ হৈছে। তেনেকুৱা এটা ফেচবুক পোষ্ট আমাৰ দৃষ্টিগোচৰ হৈছে, য’ত দেখা গৈছে যে বহুকেইজন আন লোকৰ লৈকে এখন ট্ৰেক্টৰত […]

Continue Reading

সঁচাকৈয়ে যোগেন্দ্ৰ যাদৱৰ আচল নাম চেলিম খান আৰু তেওঁ মুছলমান লোক নেকি?     

শেহতীয়াভাৱে অসমৰ ছোচিয়াল মিডিয়াত এটা ভিডিঅৰ’ কিয়দংশ বিয়পি পৰিছে য’ত দেখা গৈছে আম আদমি পাৰ্টিৰ প্ৰাক্তন নেতা, সামাজিক কৰ্মী, আৰু মনোবিজ্ঞানী যোগেন্দ্ৰ যাদৱৰ সাক্ষাৎকাৰ লৈ থকা হৈছে। ভিডিঅ’ ক্লিপটোত সাক্ষাৎকাৰ লোৱা এংকৰজনে যাদৱক সুধিছে, “মই আপোনাক চেলিম বুলি ক’লে আপোনাৰ কিবা সমস্যা আছে নেকি?” যাৰ উত্তৰত যাদৱে কয়, “নাই, মোৰ শৈশৱৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালে মোক […]

Continue Reading

ৰাহুল গান্ধীৰ এই ভিডিঅ’টো বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল।

শেহতীয়াকৈ চ’চিয়েল মেডিয়াত ৰাহুল গান্ধীৰ এটা ভিডিঅ’ ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টোত দেখা গৈছে যে ৰাহুল গান্ধীয়ে এটা কুকুৰক বিস্কুট খুৱাবলৈ চেষ্টা কৰি আছে আৰু তাৰপিছত সেই বিস্কুট তাত থকা ব্যক্তি এজনক দিছে। দাবী কৰা হৈছে যে কুকুৰে শুঙি চাই খাবলৈ ইচ্ছা নকৰা বিস্কুট ৰাহুল গান্ধীয়ে কংগ্ৰেছ কৰ্মী এজনক দিছে। একেটা ভিডিঅ’ আমি ফেচবুকতো পালোঁ। […]

Continue Reading

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শেহতীয়া অন্তৰ্ৱৰ্তীকালীন বাজেট সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ প্ৰতিক্ৰিয়া অভব্য ধৰণে দিছিল নেকি সঁচাকৈয়ে? 

যোৱা ১ ফেব্ৰুৱাৰী ২০২৪ত দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৪ চনৰ কেন্দ্ৰীয় বাজেট সংসদত  দাখিল কৰে। লোকসভা নিৰ্বাচনৰ ঠিক আগে আগে এইখন আছিল অন্তৱৰ্তীকালীন বাজেট। এয়া আছিল নিৰ্মলা সীতাৰমনৰ ষষ্ঠ কেন্দ্ৰীয় বাজেট। নিৰ্বাচনৰ পিছত ক্ষমতালৈ অহা নতুন চৰকাৰে দাখিল কৰিব পূৰ্ণাংগ বাজেট। এনে পৰিপ্ৰেক্ষিতত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংবাদমেলত এগৰাকী সাংবাদিকৰ সৈতে কথা পতাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত […]

Continue Reading

জৱাহৰলাল নেহৰুৰ ১৯৬২ চনৰ ফটো বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল।

শেহতীয়াকৈ চ’চিয়েল মেডিয়াত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ এখন ফটো ভাইৰেল হৈছে। ফটোখনৰ সৈতে দাবী কৰা হৈছে যে ১৯৬২ চনৰ পৰাজয়ৰ পিছত স্বামী বিদ্যানন্দ বিদেহে জৱাহৰলাল নেহৰুক চৰ মাৰিছিল। জৱাহৰলাল নেহৰুৱে ১৯৬২চনত আৰ্যসকলৰ বিৰুদ্ধে মন্তব্য কৰিছিল আৰু তেতিয়া স্বামী বিদ্যানন্দ বিদেহে তেওঁক চৰ মাৰিছিল। তেতিয়া জৱাহৰলাল নেহৰুৱে প্ৰতিশোধ ল’বলৈ বুলি আগবাঢ়ি গৈয়ো উভতি আহিছিল। লগতে […]

Continue Reading

এই ফটোখনৰ অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগত কোনো সম্পৰ্ক নাই।

এক বহল পথত বিপুল জনসমাগমৰ এখন ফটো চ’চিয়েল মেডিয়াত শ্বেয়াৰ কৰা হৈছে। ভাইৰেল ফটোখনৰ সৈতে দাবী কৰা হৈছে যে অযোধ্যাত ৰাম মন্দিৰৰ অভিষেকৰ বাবে সমবেত হৈছে ভক্তৰ ভিৰ।  তামিলনাডু বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদকে ভাইৰেল ফটোখন শ্বেয়াৰ কৰাৰ সময়ত লিখিছে – “ফটোখন ২২-০১-২০২৪ তাৰিখে সন্ধিয়া ৬-০০ বজাত লোৱা হৈছে। অযোধ্যাৰ ছবি, ভক্তৰ সাগৰ ৭.৫ কিলোমিটাৰ জুৰি”। […]

Continue Reading

এই ভিডিঅ’টো ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে অযোধ্যাত হোৱা ড্ৰ’ণ শ্ব’ৰ হয়নে?

অহা ২২ জানুৱাৰী, ২০২৪ তাৰিখে অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধন হ’ব।উদ্বোধনৰ পূৰ্বে সাজু কৰি তুলিবলৈ মন্দিৰটোৰ নিৰ্মাণ কাৰ্য পূৰ্ণগতিত চলি আছে। ইয়াৰ মাজতে অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে কৰা ড্ৰ’ন অনুশীলনৰ ভিডিঅ’ বুলি দাবী কৰি চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে ড্ৰ’ন শ্ব’।  ফেচবুকতো এই ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে এই কেপশ্বনেৰে,”প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে অযোধ্যাত ড্রোন শ্ব’ৰ […]

Continue Reading