এইটো ৱুহান ক’ৰোনা ভাইৰাছৰ উৎপত্তি স্থল চীনৰ ৱুহান বজাৰৰ ভিডিঅ’ নহয়!

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰোনা ভাইৰাছ ৰোগে সম্প্ৰতি সমগ্ৰ দেশখনকে ছানি ধৰিছে আৰু ধীৰে ধীৰে এই ৰোগ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । চীন দেশত ইতিমধ্যে জৰুৰী কালিন অৱস্থা ঘোষনা কৰা হৈছে । এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি চীনত ১০৬জনতকৈ অধিক মৃত্যু হৈছে আৰু হাজাৰতকৈ অধিক […]

Continue Reading

ভাৰতৰ স্বাস্থ্য মন্ত্ৰালয়ে কৰ’ণা ভাইৰাছৰ পৰা বাছি থাকিবলৈ ডিঙি তিয়াই ৰাখিবলৈ আৰু ঠাণ্ডা বস্তু খোৱা পৰিহাৰ কৰিবলৈ কোনো নিৰ্দেশনা দিয়া নাই!

কৰ’ণা ভাইৰাছ নামৰ এক বীজাণু প্ৰথমবাৰৰ বাবে চীন দেশত চিনাক্ত হৈছে আৰু ইয়াৰ পাছতেই চীন দেশত জৰুৰী কালিন ঘোষনা কৰা হৈছে । ইতিমধ্যে এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি চীনত ১০৬জনৰ মৃত্যু হৈছে আৰু হাজাৰতকৈ অধিক মানুহ আক্ৰান্ত হৈ আছে । ভাৰতত ১০০জন পৰ্যবেক্ষণত ৰখা হৈছে আৰু ছচিয়েল মিডিয়াত কৰ’ণা ভাইৰাছৰ বিষয়ে না না বাতৰি আৰু […]

Continue Reading