অসমত অসমীয়া পিছত আহিছিল, মিঞাসকল আগত আহিছিল বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ভিডিঅ’টোত দেখা গৈছে যে মুখ্যমন্ত্ৰী গৰাকীয়ে এইদৰে কৈছে, “অসমত অসমীয়া পিছত আহিছিলে, মিঞাসকল আগত আহিছিল”। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে গুগলত প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া […]

Continue Reading

জেফ্ৰী এপষ্টিনৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ এই ফটোখন মিছা।    

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এখন ফটো আপলোড কৰি এটা পোষ্ট দিয়া দেখা গৈছে। পোষ্টটোৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি লোৱা হৈছে। ফটোখনত দেখা গৈছে যে কুখ্যাত জেফ্ৰী এপষ্টিন আৰু এগৰাকী যুৱতীৰ সৈতে মোদী থিয় হৈ আছে। ফটোখনেৰে সেয়া এপষ্টিন ফাইলত মোদীৰ নাম অহা কথাটো বুজাবলৈ চেষ্টা কৰা হৈছে।    Facebook Link কিন্তু দাবীটো সত্য […]

Continue Reading

হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কন্যাৰ ফটো সম্পাদনা কৰি ভুল বাৰ্তা প্ৰচাৰ।

শেহতীয়াকৈ অসমৰ একাধিক ফেচবুক ব্যৱহাৰকাৰীয়ে এখন বিশেষ ফটো আপলোড কৰি দাবী কৰিছে যে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কন্যাৰ মিঞা যুৱকৰ সৈতে সম্পৰ্ক আছে আৰু তেওঁ মুম্বাইত সেই যুৱকৰ সৈতে লিভ-ইন ৰিলেশ্বনশ্বিপত আছে। ফটোখনত আমি দেখা পাওঁ মুখ্যমন্ত্ৰী ড০ শৰ্মা আৰু তেওঁৰ কন্যাৰ সৈতে এগৰাকী ইছলামধৰ্মী টুপি পৰিহিত যুৱক।  Facebook Link Archived Link Facebook […]

Continue Reading

কৌন বনেগা কৰোড়পতিত হিমন্ত বিশ্ব শৰ্মাক দেশৰ সকলোতকৈ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী আখ্যা দিয়া বুলি কৰা দাবীটো অসত্য। 

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে চোনি টিভিৰ বিখ্যাত অনুষ্ঠান কৌন বনেগা কৰোড়পতিৰ এটা খণ্ডত অংশগ্ৰহণকাৰীক অনুষ্ঠানটোৰ আঁত ধৰোতা অমিতাভ বচ্চনে ভাৰতৰ সকলোতকৈ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী কোন বুলি প্ৰশ্ন কৰি চাৰিটা সাম্ভাব্য উত্তৰৰ সুবিধা দিছিল আৰু অংশগ্ৰহণকাৰীয়ে শুদ্ধ উত্তৰ হিচাপে অপছন (বি)ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম উল্লেখ কৰি […]

Continue Reading

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ চীনত ড্ৰোণ শ্ব’ৰ আয়োজন কৰা হৈছিল নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

২০২৫ চনৰ ১ ছেপ্টেম্বৰত চীনৰ টিয়ানজিনত অনুষ্ঠিত হোৱা ২৫ সংখ্যক চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত অংশগ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ২০২৫ চনৰ ৩০ আগষ্টত মোদী টিয়ানজিনত উপস্থিত হৈছিল আৰু ৭ বছৰৰ ভিতৰত এয়া তেওঁৰ প্ৰথম চীন ভ্ৰমণ। এই পটভূমিত ড্ৰোণেৰে এগৰাকী নৃত্যশিল্পী আৰু পিএম মোদীৰ মুখৰ লগতে “MODI WELCOME TO CHINA” শব্দকেইটা গঠন কৰা এখন ফটো […]

Continue Reading

বিলাৱল ভূট্টোৱে “আমাৰ মানুহ ভাৰতৰ সংসদত বহি আছে” বুলি কোৱা ভিডিঅ’টো মিছা।   

শেহতীয়াকৈ অসমৰ একাধিক ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে পাকিস্তানৰ বিধানসভাত বিলাৱল ভূট্টৱে কৈছে যে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সমুখতেই তেওঁলোকে নিজৰ উদ্দেশ্যৰ বক্তব্য প্ৰকাশ কৰোৱাব পাৰে। ভিডিঅ’টোত নেতা বিলাৱল ভূট্টোৱে কৈছে “কোনে ৰাতিৰ আন্ধাৰত আক্ৰমণ কৰে? আমি তো তেওঁলোকৰ প্ৰধানমন্ত্ৰীৰ সমুখতে আমাৰ প্ৰপোগাণ্ডা কোৱাব পাৰোঁ।”  Facebook Link Archived Link  Facebook Link Archived […]

Continue Reading

ডিজিটেলী সম্পাদনা কৰা ভিডিঅ’ৰে সাংবাদিক অঞ্জনা ওম কাশ্যপে শাসকীয় পক্ষৰ হৈ কথা কোৱাৰ বাবে ক্ষমা খোজা বুলি মিছাকৈ প্ৰচাৰ।

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেইটো সাংবাদিক অঞ্জনা ওম কাশ্যপে দিয়া এক ৰাজহুৱা ভাষণ বুলি দাবী কৰিছে। ভিডিঅ’টোত অঞ্জনা ওম কাশ্যপে নিজৰ কৰ্মৰ বাবে খেদ প্ৰকাশ কৰা শুনা গৈছে। তেওঁ আনকি ৰাইজৰ কণ্ঠৰ হোৱাৰ পৰিৱৰ্তে শাসকীয় পক্ষৰ মুখপাত্ৰ হোৱাৰ বাবে ক্ষমা খোজাও শুনা গৈছে। সাংবাদিকগৰাকীয়ে শাসকীয় পক্ষৰ এংকৰ হিচাপে কাম কৰাটো […]

Continue Reading

অভিনেতা যতীন বৰাই মাটিত পদুম ফুল ৰোপন কৰা বুলি সম্পাদিত ফটো ভাইৰেল।

শেহতীয়াকৈ বিশ্ব পৰিবেশ দিৱসৰ পৰিপ্ৰেক্ষিতত অভিনেতা যতীন বৰাৰ এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ফটোখনত যতীন বৰাক মাটিত পদুম ফুল ৰোপন কৰি থকা দেখা গৈছে। ফটোখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “কি বুলি কব কওঁচোন আপোনালোকে 😁 মই আজিলৈ পদুম পুখুৰীত হে দেখিছিলোঁ 😝 আজি Fast time দেখিছো দেই😁” Facebook Link | Archived […]

Continue Reading

ৰাহুল গান্ধীৰ সৈতে ইউটিউবাৰ জ্যোতি মলহোত্ৰাৰ সম্পাদিত ফটো  ভাইৰেল।

শেহতীয়াকৈ হাৰিয়ানাৰ হিছাৰৰ ইউটিউবাৰ জ্যোতি মলহোত্ৰাক  পাকিস্তানী নাগৰিকৰ সৈতে স্পৰ্শকাতৰ তথ্য ভাগ-বতৰা কৰাৰ লগতে অবিৰত যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। খবৰ অনুসৰি, চাৰিদিনীয়া আৰক্ষীৰ ৰিমাণ্ড শেষ হোৱাৰ লগে লগে ২৬ মে’ সোমবাৰে জ্যোতি মালহোত্ৰাক হিছাৰৰ আদালতত হাজিৰ কৰা হ’ব। এই পৰিপ্ৰেক্ষিতত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সৈতে জ্যোতি মলহোত্ৰাৰ দুখন ফটো ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ফটো […]

Continue Reading

সম্পাদিত ভিডিঅ’ জাষ্টিন ট্ৰুডোৰ পদত্যাগ ঘোষণাৰ পাছত জনতাই আনন্দ-উল্লাস প্ৰদৰ্শন কৰাৰ দৃশ্য বুলি ভাইৰেল।

কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে ৬ জানুৱাৰীত প্ৰধানমন্ত্ৰী আৰু লিবাৰেল পাৰ্টিৰ নেতা পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে। তেওঁৰ নেতৃত্বৰ প্ৰতি জনসাধাৰণৰ অসন্তুষ্টি আৰু তেওঁৰ চৰকাৰৰ অস্থিৰতা বাঢ়ি আহিছিল। বিশেষকৈ চৰকাৰৰ বিত্তমন্ত্ৰীৰ হঠাৎ পদত্যাগ কৰাৰ পিছত চৰকাৰৰ অস্থিৰতা বৃদ্ধি পালে। এই পৰিস্থিতিৰ বাবে প্ৰধানমন্ত্ৰী ট্ৰুডোৱে সিদ্ধান্ত ল’লে যে তেওঁ আৰু নেতৃত্ব নিদিয়ে। এই প্ৰসংগত ছ’চিয়েল […]

Continue Reading