AI Generated ভিডিঅ’ৰে গুজৰাটত গণেশ ভগবানৰ দৰে শিশুৰ জন্ম হোৱা বুলি মিছাকৈ দাবী কৰা হৈছে।

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই দৃশ্য গুজৰাটৰ বুলি উল্লেখ কৰিছে। ভিডিঅ’টোত দেখা গৈছে যে এগৰাকী মহিলাই কোলাত এটি শিশু লৈ আছে আৰু শিশুটিৰ নাকটো হাতীৰ শুঁৰৰ দৰে। ব্যৱহাৰকাৰীজনে দাবী কৰিছে যে গুজৰাটত এইদৰে গণেশ ভগবানৰ ৰূপৰ দৰে এটি শিশুৰ জন্ম হৈছে।   Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? […]

Continue Reading

AI Generated ভিডিঅ’ৰে বিহাৰত ৫ফুট দীঘল চুলিৰে সৈতে কন্যাশিশুৰ জন্ম হোৱা বুলি মিছাকৈ দাবী কৰা হৈছে।

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই দৃশ্য বিহাৰৰ বুলি উল্লেখ কৰিছে। ভিডিঅ’টোত দেখা গৈছে যে এখন হাস্পতালৰ বিচনাত এটি সদ্যোজাত কণমানি কন্যা। কন্যাজনীৰ চুলিকেইডাল অস্বাভাৱিকভাৱে দীঘল। ভিডিঅ’টো আপলোড কৰি ব্যৱহাৰকাৰীজনে দাবী কৰিছে যে বিহাৰত এইদৰে ৫ফুট দীঘল চুলিৰে সৈতে এজনী কণমানি কন্যাৰ জন্ম হৈছে।   Facebook Link Archived Link কিন্তু দাবীটো […]

Continue Reading

AI Generated ভিডিঅ’ৰে উত্তৰ প্ৰদেশত যমুনা এক্সপ্ৰেছৱে’ত এম্বুলেঞ্চৰ পৰা ৰোগী সৰি পৰা বুলি মিছাকৈ দাবী কৰা হৈছে।

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই দৃশ্য উত্তৰ প্ৰদেশৰ বুলি উল্লেখ কৰিছে। ভিডিঅ’টোত দেখা গৈছে যে এখন দ্ৰুতবেগী এম্বুলেঞ্চৰ পৰা অক্সিজন লৈ থকা ৰোগী ষ্ট্ৰেছাৰৰে সৈতে ৰাষ্টাত সৰি পৰিছে। ভিডিঅ’টোত টেস্কট ওভাৰলে’(Text Overlay) কৰি হিন্দী আৰু ইংৰাজী ভাষাত লিখা অনুসৰি সেয়া যমুনা এক্সপ্ৰেছৱেক সংঘটিত হোৱা এটা ঘটনা। Facebook Link Archived […]

Continue Reading

২০২৪ৰ জানুৱাৰীৰ দৃশ্যকে জাপানৰ শেহতীয়া ভূমিকম্পৰ বুলি বিভ্ৰান্তিকৰভাৱে প্ৰচাৰ কৰা হৈছে।

শেহতীয়াকৈ অসমৰ সামাজিক মাধ্যমত অলপতে জাপানত হৈ যোৱা ভূমিকম্প সম্পৰ্কত অনেক ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এক সংবাদ মাধ্য়মৰ ফেচবুক পেজত পৰিবেশন কৰা এটা বাতৰিত কেইখনমান ফটো আৰু এটা ভিডিঅ’ জাপানৰ শেহতীয়া ভূমিকম্পৰ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে। আমি সেই ফটোকেইখন আৰু ভিডিঅ’টোৰ সত্যতা নিৰূপণ কৰিবলৈ চেষ্টা কৰিলোঁ।  Facebook Link Archived Link কিন্তু […]

Continue Reading

AI Generated ভিডিঅ’ৰে পাকিস্তানৰ সিন্দু নদীত বৃহদাকাৰ ঘৰিয়াল উদ্ধাৰ বুলি দাবী ।

শেহতীয়াকৈ অসমৰ এজন ফেচবুক ব্যৱহাৰকাৰীয়ে নিজৰ পেজত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেইটো পাকিস্তানৰ ভিডিঅ’। ব্যৱহাৰকাৰীজনে কৈছে যে পাকিস্তানৰ সিন্ধু নদীৰ পানী শুকাই যোৱাৰ কাৰণে ভিডিঅ’টোত দেখা বৃহদাকাৰ ঘৰিয়ালটো উদ্ধাৰ কৰা হৈছে। ভিডিঅ’টোত আমি দেখোঁ যে এখন ট্ৰাকৰ ওপৰত এটা প্ৰকাণ্ড ঘৰিয়াল বান্ধি থোৱা আছে।   Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? […]

Continue Reading

বাৰ্ষিক চৰাইচুং মহোৎসৱঃ এক চমু আলোচনা।  

পাতনি এছিয়াৰ প্ৰথম সংৰক্ষিত চৰাইৰ বাসস্থান বুলি গণ্য কৰা ঐতিহাসিক চৰাইচুং পক্ষী অভয়াৰণ্যৰ (Royal Bird Sanctuary)সংৰক্ষণ আৰু পুনৰুজ্জীৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰি অসমৰ মাজুলীত অনুষ্ঠিত কৰা হয় বাৰ্ষিক চৰাইচুং মহোৎসৱ। বিশ্বৰ সৰ্ববৃহৎ নদী দ্বীপ মাজুলীত প্ৰায় বন্ধ হৈ পৰা ৰয়েল বাৰ্ড চেঞ্চুৰীয়েৰীক পুনৰুজ্জীৱিত আৰু সংৰক্ষণৰ প্ৰয়াসত দ্বিতীয়বাৰৰ বাবে দ্বীপ জিলাখনত চৰাইচুং উৎসৱৰ আয়োজন কৰা হৈছে। […]

Continue Reading

পুটিনে শ্ৰীমদ্ভাগৱত গীতা পঢ়ি থকা ফটোখন আচলতে AI Generated বা কৃত্ৰিম বুদ্ধিমত্তাসৃষ্ট।

শেহতীয়াকৈ অসমৰ সামাজিক মাধ্যমত এখন বিশেষ ফটো বিয়পি পৰা দেখা গৈছে। ফটোখনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে বিমানৰ ভিতৰত এখন বিশেষ গ্ৰন্থ হাতত লৈ থকা দেখা যায়। ফেচবুক পোষ্টযোগে সেয়া ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে পুটিনক উপহাৰ দিয়া শ্ৰীমদ্ভাগৱত গীতাখন পুটিনে পঢ়ি গৈ থকা বুলি দাবী কৰা হৈছে।  Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট […]

Continue Reading

পাকিস্তানৰ সংসদৰ ভিতৰত গাধ সোমোৱা দৃশ্যটো আচলতে AI Generated.

শেহতীয়াকৈ অসমৰ একাংশ ফেচবুক পেজ আৰু একাউণ্টত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। সেই ভিডিঅ’টোত দেখা গৈছে যে এক সংসদৰ ভিতৰত হঠাতে এটা গাধ তীব্ৰগতিত প্ৰৱেশ কৰিছে আৰু চকীত বহি থকা একাংশ লোক বাগৰি পৰিছে। ভিডিঅ’টো পাকিস্তানৰ সংসদ ভৱনৰ ভিতৰৰ বুলি দাবী কৰা হৈছে।  Facebook Link Archived Link Facebook Link Archived Link ইউটিউৱতো একেই দাবীৰে সেই […]

Continue Reading

হায়দৰাবাদৰ পুৰণি দৃশ্যকে শ্ৰীলংকাৰ শেহতীয়া দ্বিতৱাহৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াকৈ শ্ৰীলংকাৰ দ্বিতৱাহ নামৰ ঘূৰ্ণীবতাহ আৰু বৰষুণৰ ফলত সৃষ্টি হোৱা দুৰ্যোগক কেন্দ্ৰ কৰি অসমৰ সামাজিক মাধ্যমতো কিছুমান ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এটা ফেচবুক পেজত শ্ৰীলংকাৰ দ্বিতৱাহ ঘূৰ্ণীবতাহ আৰু তাৰ প্ৰভাৱ সম্পৰ্কত পৰিবেশিত এক ভিডিঅ’বাৰ্তাত কেইখনমান আলোকচিত্ৰ ব্যৱহাৰ কৰা হৈছে। সেয়া শ্ৰীলংকাৰ দৃশ্য বুলি দাবী কৰা হৈছে। তাৰে এখন বিশেষ আলোকচিত্ৰত আমাৰ দৃষ্টি নিৱদ্ধ […]

Continue Reading

AI Generated দৃশ্যৰে শ্ৰীলংকাত বানৰ মাজত হাতীৰ পিঠিত নাহৰফুটুকী উঠা বুলি মিছাকৈ দাবী কৰা হৈছে।  

শেহতীয়াকৈ শ্ৰীলংকাৰ দ্বিতৱাহ নামৰ ঘূৰ্ণীবতাহ আৰু বৰষুণৰ ফলত সৃষ্টি হোৱা দুৰ্যোগক কেন্দ্ৰ কৰি অসমৰ সামাজিক মাধ্যমতো কিছুমান ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। একাংশ ফেচবুক পেজত এটা দৃশ্য দেখা গৈছে যে বানৰ মাজত এটা হাতী আৱদ্ধ হৈ আছে আৰু হাতীটোৰ ওপৰত এটা নাহৰফুটুকী বাঘ বহি আছে। দাবী কৰা হৈছে যে সেয়া দুৰ্গত শ্ৰীলংকাৰ দৃশ্য।   Facebook […]

Continue Reading