FACT CHECK: বিজেপিৰ সাংসদৰ গালৈ চিয়াহী নিক্ষেপ কৰা ভাইৰেল ভিডিঅ’টো পুৰণি আৰু ইয়াৰ কৃষক আন্দোলনৰ সৈতে কোনোধৰণৰ সম্পৰ্ক নাই!

ছ’চিয়েল মিডিয়াত এনেকুৱা এটা ভিডিঅ’ শ্বেয়াৰ কৰি থকা হৈছে, য’ত এজন বিজেপি সাংসদক হাৰিয়ানাৰ কৃষকে মাৰধৰ কৰি মুখলৈ চিয়াহী দলিয়াই দিয়া দেখা গৈছে আৰু সেই ভিডিঅ’টোত দাবী কৰা হৈছে যে সেয়া চলি থকা কৃষক আন্দোলনৰ দৃশ্য।  ভিডিঅ’টোত আমি এদল কৃষকে এজন পাগুৰী পিন্ধা লোকক মাৰপিট কৰা দেখা গৈছে। তাত দাবী কৰি লিখা হৈছে যে প্ৰহৃত […]

Continue Reading

FACT CHECK: অপৰাধী নেতাৰ মুখা খুলি দিয়া এই ভিডিঅ’টো আইপিএছ শৈলজাকান্ত মিশ্ৰৰ নহয়!

অসমৰ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত অপৰাধী নেতাই কিদৰে নিৰ্বাচনত জয়লাভ কৰে,সেয়া বৰ্ণনা কৰি দিয়া হৈছে। অপৰাধী নেতাৰ মুখা খুলি দিয়া এই ভিডিঅ’টো আইপিএছ বিষয়া শৈলজাকান্ত মিশ্ৰৰ বুলি অভিহিত কৰা হৈছে। তেনেকুৱা এটা পোষ্ট এয়া:  তেনেকুৱা এটা ভিডিঅ’ আমাৰ ফেক্টলাইন নম্বৰলৈ প্ৰেৰণ কৰি সচাকৈয়ে আইপিএছ বিষয়া হয় নে নহয় জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল […]

Continue Reading

FACT CHECK: প্ৰধানমন্ত্ৰী মোডীয়ে শিৰনত কৰি থকা মহিলাগৰাকী আডানিৰ পত্নী নহয়!

এগৰাকী মহিলাৰ সমুখত প্ৰধানমন্ত্ৰী মোডীয়ে হাতযোৰ কৰি শিৰনত কৰি থকা এখন ফটো বিভিন্ন ভাষাত ভাইৰেল হৈ পৰিছে আৰু দাবী কৰা হৈছে যে মহিলাগৰাকী উদ্যোগপতি গৌতম আডানিৰ পত্নী ।  আব্দুল হাছিব নামৰ এঝন ফেচবুক ব্যৱহাৰকাৰীয়ে তেনেকুৱা এটা পোষ্ট কৰিছে আৰু ফটোখন শ্বেয়াৰ কৰি লিখিছে “এই ফটোত দেখা মহিলাজনী গুজৰাটী ব্যৱসায়ী আদানি”ৰ পত্নী,,,, আৰু হাত জোৰ কৰা […]

Continue Reading

Fact Check: এই ভাইৰেল ভিডিঅ’টোত প্ৰহৃত হোৱা লোকজন বিজেপি নেতা নহয়!

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াভাৱে প্ৰনয়ন কৰা কৃষক আন্দোলনত দেশৰ ভিন্ন প্ৰান্তৰ কৃষকে যোগদান কৰিছে। এই আন্দোলনসমুহে সকলোৰে দৃষ্টি আকৰ্শন কৰিছে আৰু ছ’চিয়েল মিডিয়াতো ইয়াকে লৈ বিভিন্ন প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিছে। ফেক্ট ক্ৰেছেণ্ডো আছামিজে কৃষক আন্দোলনৰ সৈতে জৰিত তেনেকুৱা বহু দাবীৰ সত্যতা নিৰুপন কৰিছো।  তাৰ মাজতে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ আছে, যিটোত দেখা গৈছে এজন লোকক […]

Continue Reading

FACT CHECK: ৰাজপথত শাক-পাচলি সিঁচৰিত হৈ পৰি থকা ভাইৰেল ফটোখন শেহতীয়া কৃষক আন্দোলনৰ সময়ৰ নহয়!

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াভাৱে প্ৰনয়ন কৰা কৃষক আন্দোলনত দেশৰ ভিন্ন প্ৰান্তৰ কৃষকে যোগদান কৰিছে। এই আন্দোলনসমুহে সকলোৰে দৃষ্টি আকৰ্শন কৰিছে আৰু ছোচিয়েল মিডিয়াতো ইয়াকে লৈ বিভিন্ন প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিছে। ৰাজপথত বহুত পাচলি সিঁচৰিত হৈ পৰি থকা এখন ফটো ভাইৰেল হৈ পৰিছে আৰু সেই ফটোখনেৰে দাবী কৰা হৈছে যে নিজেই পাচলি ৰাজপথত পেলাই এই কাণ্ডটো আন্দোলন কৰা […]

Continue Reading

Fact Check: ভাইৰেল হোৱা এই ফটোবোৰ চলি থকা কৃষক আন্দোলনৰ নহয়!

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াভাৱে প্ৰনয়ন কৰা কৃষক আন্দোলনত দেশৰ ভিন্ন প্ৰান্তৰ কৃষকে যোগদান কৰিছে। এই আন্দোলনসমুহে সকলোৰে দৃষ্টি আকৰ্শন কৰিছে আৰু ছোচিয়েল মিডিয়াতো ইয়াকে লৈ বিভিন্ন প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিছে।  তেনেকুৱা এটা পোষ্ট ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে,য’ত পাগুৰী পিন্ধা একাংশ লোকে এখন দাগ লগা জাতীয় পতাকা হাতেৰে ধৰি জ্বলাই দিয়া দেখা যোৱা ফটো আছে আৰু তাত […]

Continue Reading

FACT CHECK: জনসমুদ্ৰৰ পুৰণি ফটোকে বৰ্তমানৰ কৃষক আন্দোলন বুলি প্ৰচাৰ কৰা হৈছে!

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াভাৱে প্ৰনয়ন কৰা কৃষক আন্দোলনত দেশৰ ভিন্ন প্ৰান্তৰ কৃষকে যোগদান কৰিছে। এই আন্দোলনসমুহে সকলোৰে দৃষ্টি আকৰ্শন কৰিছে আৰু ছোচিয়েল মিডিয়াতো ইয়াকে লৈ বিভিন্ন প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিছে।  তেনেকুৱা এটা পোষ্টেই বৰ্তমান ভাইৰেল হৈ পৰিছে যত হাতত শক্তিশালী পোহৰ লৈ হাজাৰ হাজাৰ লোকে ওলাই অহা দেখা গৈছে আৰু তাত লিখা হৈছে  “এয়া কোনো মিটিংৰ সমাবেশ […]

Continue Reading

FACT CHECK: জাষ্টিন ট্ৰুডোৱে চলি থকা কৃষক আন্দোনলত যোগদান কৰিছে বুলি পুৰণি ফটো ভাইৰেল!

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াভাৱে প্ৰনয়ন কৰা কৃষক আইনৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকে আন্দোলন আৰম্ভ কৰিছে। এই আন্দোলনসমুহে সকলোৰে দৃষ্টি আকৰ্শন কৰিছে আৰু ছোচিয়েল মিডিয়াতো ইয়াকে লৈ বিভিন্ন প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিছে।  পাগুৰী পৰিহিত একাংশ কৃষকৰ সৈতে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো বহি থকা এখন বিশেষ ফটো শেহতীয়াভাৱে অসমত ভাইৰেল হৈ পৰিছে আৰু দাবী কৰা হৈছে যে এইখন […]

Continue Reading

FACT CHECK: নিজকে শিখ বুলি পৰিচয় দিয়া মুছলমান লোকে কৃষক আন্দোলনত যোগদান কৰা বুলি পুৰণি ভিডিঅ’ শ্বেয়াৰ হৈছে!

শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে প্ৰনয়ন কৰা কৃষি আইনৰ বিৰুদ্ধে দেশৰ ভিন্ন প্ৰান্তৰ কৃষকে আন্দোনলত ভাগ লৈছে। এই আন্দোলনে সকলোৰে দৃষ্টি আকৰ্শন কৰিছে আৰু ছ’চিয়েল মিডিয়াত সেই বিষয়ক পোষ্টৰ জোৱাৰ উঠা দেখা গৈছে।  ইয়াৰে ভিতৰত অসমত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে যত দাবী কৰা হৈছে যে এজন মুছলমান লোকে পাগুৰী পৰিধান কৰি নিজকে শিখ বুলি পৰিছয় দি […]

Continue Reading

FACT CHECK: অৱসৰপ্ৰাপ্ত আৰ্মী কেপ্টেইনৰ ফটো আন্দোলনত আহত কৃষকৰ ফটো বুলি ভুলকৈ শ্বেয়াৰ কৰা হৈছে!

দেশত কৃষি আইনৰ বিৰুদ্ধাচৰণ কৰি অব্যাহত থকা কৃষক আন্দোলনৰ বাবে বিভিন্ন ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমুহত ভাইৰেল হৈ পৰা দেখা গৈছে। ফেক্ট ক্ৰেছেণ্ডোৱে অনুৰূপ ভাইৰেল উপাদান আগতেও চিনাক্ত কৰিছে। ইয়াৰ মাজতেই পাগুৰী পৰিহিত একাংশ লোকৰ দুখনকৈ ফটো ভাইৰেল ৰৈ পৰিছে। প্ৰথম ফটোখনত সেইউজীয়া পাগুৰী পৰিহিত এজন লোক আৰু দ্বিতীয় ফটোখনত এজন আহত পাগুৰী পৰিহত […]

Continue Reading