FACT CHECK: এই ভাইৰেল ফটোখন বৰ্তমান আতংকৰ সৃষ্টি কৰি থকা কৰ’ণা ভাইৰাছ মহামাৰীৰ সময়ৰ নহয়!

ভাৰতত কোভিড ১৯ৰ সংখ্যা বৃদ্ধিৰ কথাটোৱে ছোচিয়েল মিডিয়াত শেহতীয়াভাৱে তোলপাৰ লগাই আছে। কৰ’ণা ভাইৰাছৰ পুনৰুত্থানৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজ্যই কঠোৰ স্থিতি গ্ৰহন কৰি, সামাজিক দূৰত্ব অৱলম্বন কৰাৰ পৰা মাস্ক ব্যৱহাৰ কৰালৈকে সাৱধানতামূলক পদক্ষেপ আদি গ্ৰহন কৰা কথাবোৰ ছোচিয়েল মিডিয়াত ব্যাপক আলোচনা হৈছে। ইয়াৰ মাজতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱাল আৰু তেওঁৰ সহকৰ্মী মনিষ চিচোদিয়াৰ উন্মুক্ত মুখমণ্ডল সহিতে […]

Continue Reading

FACT CHECK: এই ভাইৰেল ভিডিঅ’টো এইবাৰৰ অসম বিধানসভা নিৰ্বাচনৰ সময়ৰ নহয়!

শেহতীয়াকৈ অসমত ছ’চিয়েল মিডিয়াৰ যোগেদি এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । বিভিন্নজনে উক্ত ভিডিঅ’টো ফেচবুকত আপলোড কৰি দাবী কৰিছে যে এই ভিডিঅ’টো অসমৰ হয় বা আন কিছু লোকে উক্ত ভিডিঅ’টো অসমৰ হয় নেকি বুলি প্ৰশ্ন কৰিছে । উক্ত ভিডিঅ’টো অসমত হোৱাটছএপৰ যোগেদিও বহুল ভাৱে প্ৰচাৰ হৈছে আছে আৰু আমাৰ ফেক্টলাইন নম্বৰ ৯০৪৯০৫৩৭৭০লৈ ইয়াৰ সত্যতা […]

Continue Reading

FACT CHECK: আইমী বৰুৱায়ে ‘কা’ নমনা লোকক অসম তথা ভাৰতৰ পৰা খেদি পঠিওৱা হব বুলি কোৱা নাছিল!

শেহতীয়াকৈ অসমত ছ’চিয়েল মিডিয়াৰ যোগেদি এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । বিভিন্নজনে উক্ত ভিডিঅ’টো ফেচবুকত আপলোড কৰি দাবী কৰিছে যে অসমৰ বিজেপি মন্ত্ৰী পিযুষ হাজৰিকাৰ পত্নী আইমী বৰুৱায়ে এক ভাষণত ‘কা’ বা নাগৰিকত্ব সংশোধনী আইন নমনা লোক সকলক অসম তথা ভাৰতৰ পৰা খেদি পঠিওৱা হব বুলি কৈছে ।  Original Link- Facebook | Archived Link […]

Continue Reading

FACT CHECK: অসমৰ নুমলীগড় ৰিফাইনাৰী ব্যক্তিগতকৰণ কৰা হোৱা নাই!

অসম চৰকাৰে অসমৰ নুমলীগড় ৰিফাইনাৰী লিমিটেড(এনআৰএল) বিক্ৰী কৰি দিয়া বুলি দাবী কৰি কেইবাটাও পোষ্ট ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইয়াকো দাবী কৰা হৈছে যে শেহতীয়াভাৱে অসম চৰকাৰে বিপিচিএল, বা ভাৰত ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেডৰ অধিনত থকা সম্পূৰ্ণ ৬২ শতাংশ অংশীদাৰিত্ব বিক্ৰী কৰি দিছে। সৰহ সংখ্যক পোষ্টৰেই একেই কেপছন আৰু তাৰে বহুতেই গৌৰি লংকেশ নিউজ নামৰ […]

Continue Reading