FACT CHECK: ভিন্ন যুৱতীৰ অসংলগ্ন ফটোৰে হাথৰাছ গণধৰ্ষণৰ ভুক্তভোগী বুলি ভুলকৈ প্ৰকাশ।

হাথৰাছ গণধৰ্ষণৰ বলি হৈ মৃত্যুমুখত পৰা যুৱতীগৰাকীৰ ন্যায়ৰ দাবীত এতিয়া চোছিয়েল মিডিয়া উত্তাল হৈ আছে। ভাইৰেল হৈ পৰা পোষ্টসমুহৰ ভিতৰত গোলাপী বৰণৰ পোচাক পৰিধান কৰি এখন পথাৰত থিয় হৈ থকা এগৰাকী যুৱতীক হাথৰাছত গণধৰ্ষণৰ বলি হৈ মৃত্যু হোৱা উত্তৰ প্ৰদেশৰ ১৯ বছৰীয়া ভুক্তভোগী যুৱতীগৰাকী বুলি প্ৰচাৰ কৰা হৈছে। চোছিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে সেই যুৱতীগৰাকীকে হাথৰাছৰ ভুক্তভোগী […]

Continue Reading

FACT CHECK: ফটোত দেখা ব্যক্তিগৰাকী হাথৰাছ ধৰ্ষণ কাণ্ডৰ কোনো এজন অভিযুক্তৰ পিতৃ নহয়।

২৯ চেপ্তেম্বৰত তাৰ দুসপ্তাহ পূৰ্বে উত্তৰ প্ৰদেশৰ হাথৰাছত অতি নিৰ্মম অত্যাচাৰৰ বলি হৈ দিল্লীত মৃত্যুমুখত পৰা ১৯বছৰীয়া ছোৱালীজনীৰ ঘটনাটোৱে দেশজুৰি আলোড়ণৰ সৃষ্টি কৰিছে ৰাজ্য চৰকাৰে সন্দীপ,ৰামু,লৱকুশ আৰু ৰবী নামৰ চাৰিগৰাকী অভিযুক্তক এই ঘটনাৰ বাবে গ্ৰেপ্তাৰ কৰিছে।সম্প্ৰতি সিঁহত আৰক্ষীৰ জিম্মাত আছে। দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী দেশজুৰি উত্থাপিত হৈ থকাৰ সময়তে ইন্টাৰনেটত এখন ফটো ভাইৰেল হৈ […]

Continue Reading