ক’কৰোছ জনতা পাৰ্টিৰ প্ৰতিবাদী কাৰ্যসূচীত সুনীতা উইলিয়ামছ? পঢ়ক আমাৰ এই ফেক্ট চেক।
শেহতীয়াকৈ মহাকাশচাৰী সুনীতা উইলিয়ামছ দিল্লীৰ যন্তৰ মন্তৰত ক’কৰোছ জনতা পাৰ্টিৰ বৰ্তমান চলি থকা প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত হৈছে বুলি এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া এটা ২০২৬ চনৰ […]
Continue Reading
