ফটোখনত থকা শিৱলিংগটো কেদাৰনাথ মন্দিৰৰ ভিতৰৰ শিৱলিংগ নহয়

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা পোষ্ট ফ’ৰৱাৰ্ড কৰা হৈছিল। পোষ্টটোত এক শিৱলিংগৰ ফটো আছিল আৰু দাবী কৰা হৈছে যে এই শিৱলিংগটো কেদাৰনাথ মন্দিৰৰ। পোষ্টটোত লিখা আছিল এইদৰে “কেডাৰনাথ মন্দিৰৰ ভিতৰৰ বাবা কেডাৰনাথ শিৱলিংগ মনত যি আশা আছে তাকে লৈ শ্বেয়াৰ কৰক মনোবাঞ্চা পূৰ্ণ হ’ব।। হৰ হৰ মহাদেৱ।।” Archived Link একেটা পোষ্ট আমি ফেচবুকতো শ্বেয়াৰ হোৱা […]

Continue Reading

এই ভিডিঅ’টো পুৰণি আৰু জ্ঞানবাপী মছজিদত শেহতীয়াকৈ শিৱলিংগ উদ্ধাৰ হৈছে বুলি উত্থাপন হোৱা দাবীৰ লগত কোনো সম্পৰ্ক নাই! 

শেহতীয়াকৈ জ্ঞানবাপী মছজিদ চৌহদৰ ভিতৰত শিৱলিংগ আৱিষ্কাৰ হোৱা বুলি দাবীৰ উঠাৰ পাছত এই বাতৰিয়ে সমগ্ৰ দেশতে শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে । বিষয়টো এতিয়াও সমাধান হোৱা নাই কিন্তু তাৰ বিপৰীতে ছ’চিয়েল মিডিয়াত এই বিষয়ে একাধিক বাতৰি ভাইৰেল হৈ পৰিছে আৰু বিভিন্ন ফটো বা ভিডিঅ’ মছজিদৰ ভিতৰত আৱিষ্কাৰ হোৱা শিৱলিংগৰ বুলি দাবী কৰা হৈছে। সেইসময়তে, বাৰাণসীৰ […]

Continue Reading