FACT CHECK: অসম চৰকাৰে শেহতীয়াভাৱে ৩১ মাৰ্চলৈ অসমত লকডাউন ঘোষণা কৰা নাই।
দেশৰ ভিন্নপ্ৰান্তত হঠাৎ কোভিড আক্ৰান্ত হোৱা বহু লোকৰ খবৰ অহাৰ লগে লগে ছোচিয়েল মিডিয়াত কোভিড১৯ সম্পৰ্কত বিভ্ৰান্তিকৰ বহু তথ্যৰ জোৱাৰ উঠা দেখা গৈছে। তেনেকুৱা এটা ভাইৰেল তথ্য দেখা গৈছে অসমৰ এটা গুৱাহাটীস্থিত নিউজ পোৰ্টেলৰ এটা বাতৰিৰ স্ক্ৰিনশ্বট লৈ প্ৰচাৰ কৰা দেখা গৈছে। স্ক্ৰিনশ্বটটোত লিখা দেখা গৈছে যে অসমত ৩১মাৰ্চকৈ লকডাউন দিয়া হৈছে। স্বাস্থ্যমন্ত্ৰী ড.হিমন্ত বিশ্ব […]
Continue Reading