কম্বোডিয়াৰ বাঘৰ পুৰণি ফটো বৰপেটাৰ পাটবাউসীত ওলোৱা বাঘৰ বুলি ভাইৰেল।
শেহতীয়াভাৱে এখন ফটো অসমৰ হোৱাটছএপত বাৰুকৈয়ে ভাইৰেল হৈ পৰিছে। নিশাৰ অৰণ্যত বিচৰণ কৰি থকা এটা বাঘৰ ফটোখন ভাইৰেল কৰি দাবী কৰা হৈছে যে সেইখন বৰপেটা জিলাৰ পাটবাউসীত ওলোৱা বাঘৰ ফটো। বহুতে সেইখন নিজৰ হোৱাটছএপ ষ্টেটাছতো লগোৱা আমাৰ নজৰত পৰিছে। Archived Link কিন্তু এই দাবীটো সত্য হয়নে? বৰপেটাত সঁচাকৈয়ে বাঘ ওলাইছিল নেকি? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই […]
Continue Reading