প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গুৰু গোবিন্দ সিঙৰ পাঞ্জ প্যাৰেৰ এজন তেওঁৰ খুৰাক বুলি কৈছিল নেকি?

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এটা ভিডিঅ’ ক্লিপ ভাইৰেল হৈছে এই দাবীৰে যে গুৰু গোবিন্দ সিঙৰ পাঞ্জ প্যাৰেৰ এজন প্ৰধানমন্ত্ৰী মোডীৰ খুৰাক আছিল বুলি তেওঁ কৈছিল। এই ভিডিঅ’টো আমাৰ হোৱাটচ‌এপ নম্বৰলৈও (৯০৪৯০৫৩৭৭০) ফ’ৰৱাৰ্ড কৰা হৈছিল সত্যতা নিৰূপণৰ বাবে। Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি ভাইৰেল ভিডিঅ’টোৰ […]

Continue Reading

আমেৰিকাৰ পুৰণি ভিডিঅ’ কৃষক আন্দোলনৰ বুলি ভাইৰেল হৈছে।

কৃষকৰ আন্দোলন সন্দৰ্ভত ছ’চিয়েল মিডিয়াত বহু পোষ্ট ভাইৰেল হৈ আছে। ইয়াৰ উপৰিও ব্যৱহাৰকাৰীসকলে মোডী চৰকাৰক লক্ষ্য কৰি লৈছে। ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে, য’ত ট্ৰেক্টৰৰ সন্মুখত প্ৰধানমন্ত্ৰী মোদীৰ পুতলা বান্ধি দিয়া হৈছে আৰু তাৰ লগত চেন্দেলৰ মালা সংলগ্ন কৰা হৈছে যাৰ লগতে লিখা আছে ‘এজেণ্ট অৱ আৰ এছ এছ’। এই ভিডিঅ’টো বৰ্তমানৰ কৃষক […]

Continue Reading

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংৰক্ষণৰ বিৰুদ্ধে মন্তব্য কৰিছে নেকি?

শেহতীয়াকৈ বাজেট অধিবেশনৰ এটা ভিডিঅ’ ক্লিপ ছ’চিয়েল প্লেটফৰ্মত ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে। য’ত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁ যিকোনো সংৰক্ষণৰ বিৰোধী বুলি কোৱা শুনা গৈছে। তেওঁ কৈছে যে মই কোনো ধৰণৰ সংৰক্ষণ ভাল নাপাওঁ, আৰু বিশেষকৈ চাকৰিত সংৰক্ষণ ভাল নাপাওঁ। অদক্ষতাক প্ৰসাৰিত কৰা যিকোনো পদক্ষেপৰ মই বিৰোধী। ফেচবুক ৰিলছত প্ৰচাৰিত এই ভিডিঅ’ ক্লিপটো ব্যৱহাৰকাৰীসকলে ইয়াক সঁচা বুলি […]

Continue Reading

ফটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত দেখা কুমাৰ আৰু মুচিজন একেজনেই ব্যক্তি নেকি?

১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিন আছিল আৰু সেইদিনা তেওঁ দিল্লীৰ গাতে লাগি থকা দ্বাৰকাত নিৰ্মিত প্ৰদৰ্শনী-সমাৱেশ কেন্দ্ৰটো উদ্বোধন কৰে। শিপিনী আৰু হস্তশিল্প কৰ্মীৰ বাবে বিশ্বকৰ্মা আঁচনিও উদ্বোধন কৰে। একে সময়তে তেওঁ প্ৰদৰ্শনী কেন্দ্ৰত প্ৰদৰ্শনী কৰি থকা শিপিনী আৰু হস্তশিল্প কৰ্মীসকলক লগ পায় আৰু তেওঁলোকৰ কৰ্মৰাজি দেখি তেওঁলোকৰ সৈতে মত বিনিময় কৰে। সেই সময়ৰ দুখন ছবি […]

Continue Reading

ফ্ৰান্সত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনোৱা হোৱা নাছিল নেকি?

অলপতে যোৱা ১৩ আৰু ১৪ জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ভ্ৰমণসূচী লৈ ফ্ৰান্সলৈ গৈছিল। তেওঁৰ ভ্ৰমণৰ বহু ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈছ। এটা ভিডিঅ’ বহুত শ্বেয়াৰ কৰা হৈছে য’ত তেওঁক বিমানৰ পৰা নামি অহা দেখিবলৈ পোৱা গৈছে। ইয়াৰ পিছত তলত থিয় হৈ এগৰাকী মহিলাই তেওঁক আদৰি অনা দেখা গৈছে। এই ভিডিঅ’টোত সেই মহিলাগৰাকীৰ বাহিৰে তাত কোনো […]

Continue Reading

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লৈ থকা ফটোফ্ৰেমখনত সঁচাকৈয়ে পাকিস্তানক ধ্বংস কৰাৰ বিষয়ে লিখা আছেনে?

অলপতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন ফটো চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ফটোখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন ফটো ফ্ৰেম লৈ থকা দেখা গৈছে য’ত হিন্দী ভাষাত লিখা আছিল এইদৰে,”প্ৰজাপতি মে ইতনি তাকত হ্যে কি য়ে অকেলে হি পুৰে পাকিস্তান কো তবাহ কৰ চকতা হ্যে”। অৰ্থাৎ প্ৰজাপতিৰ ইমান শক্তি আছে যে ই অকলেই সমগ্ৰ পাকিস্তানক […]

Continue Reading

এই ফটোখন ইমৰাণ খানৰ ওপৰত হোৱা শেহতীয়া আক্ৰমণৰ নহয়

যোৱা ৩ নৱেম্বৰত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ওপৰত আক্ৰমণ হৈছিল। পঞ্জাৱ প্ৰদেশৰ ৱাজিৰাবাদত এখন সভাত ভাষণ দি থকা অৱস্থাত এজন বন্দুকধাৰীয়ে তেওঁলৈ গুলীচালনা কৰিছিল। যাৰ ফলত তেওঁ ভৰিত আঘাত পাইছিল আৰু তেওঁক ততাতৈয়াকৈ হস্পিতালত ভৰ্তি কৰোৱা হৈছিল। তেওঁ বৰ্তমান সংকটমুক্ত। ইমৰাণ খানৰ লগতে তেওঁৰ কেইজনমান সমৰ্থকো আঘাতপ্ৰাপ্ত হৈছিল। এই ঘটনাৰ পাছতে চ’চিয়েল মেডিয়াত এখন […]

Continue Reading

FACT CHECK: ফটোত দেখা ব্যক্তিগৰাকী হাথৰাছ ধৰ্ষণ কাণ্ডৰ কোনো এজন অভিযুক্তৰ পিতৃ নহয়।

২৯ চেপ্তেম্বৰত তাৰ দুসপ্তাহ পূৰ্বে উত্তৰ প্ৰদেশৰ হাথৰাছত অতি নিৰ্মম অত্যাচাৰৰ বলি হৈ দিল্লীত মৃত্যুমুখত পৰা ১৯বছৰীয়া ছোৱালীজনীৰ ঘটনাটোৱে দেশজুৰি আলোড়ণৰ সৃষ্টি কৰিছে ৰাজ্য চৰকাৰে সন্দীপ,ৰামু,লৱকুশ আৰু ৰবী নামৰ চাৰিগৰাকী অভিযুক্তক এই ঘটনাৰ বাবে গ্ৰেপ্তাৰ কৰিছে।সম্প্ৰতি সিঁহত আৰক্ষীৰ জিম্মাত আছে। দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী দেশজুৰি উত্থাপিত হৈ থকাৰ সময়তে ইন্টাৰনেটত এখন ফটো ভাইৰেল হৈ […]

Continue Reading