এই দৃশ্যটো জুবিন গাৰ্গ অসুস্থ হৈ পৰাৰ ঠিক আগৰ দৃশ্য নহয়।    

৮/১১/২০২৩ বুধবাৰে নিজৰ ষ্টুডিঅ’ত কৰ্মৰত হৈ থকা অৱস্থাত ৰাতিপুৱা প্ৰায় ৮বাজি ৩০মিনিটত হঠাতেই অসুস্থ হৈ পৰে অসমৰ সবাটোকৈ জনপ্ৰিয় গায়ক, গীতিকাৰ,সংগীত পৰিচালক চিত্ৰ নিৰ্মাতা, পৰিচালক, অভিনেতা জুবিন গাৰ্গ। গুৱাহাটী মহানগৰীৰ জোনালীস্থিত তেওঁৰ নিজৰ বাসস্থানৰ সৈতে সংলগ্ন নতুন ষ্টুডিঅ’ত গীতৰ কাম কৰি থকা অৱস্থাতেই অচেতন হৈ পৰে তেওঁ। ততাতৈয়াকৈ জনপ্ৰিয় সংগীতকাৰগৰাকীক নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱাই চিকিৎসাৰ […]

Continue Reading

FACT CHECK: জুবিন গাৰ্গ আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটো ভুল ব্যাখ্যাৰে ভাইৰেল কৰা হৈছে

যিমানে অসমৰ বিধানসভা নিৰ্বাচন চমু চাপি আহিছে, সিমানেই ছ’চিয়েল মিডিয়াসমুহ নিৰ্বাচনকেন্দ্ৰীক পোষ্ট আৰু ৰাজনৈতিক কথা বতৰাৰে ভৰি পৰিছে। তেনেকুৱা এটা পোষ্টত মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কেইগৰাকীমান সহকৰ্মীৰ সৈতে অসমৰ জনপ্ৰিয় গায়ক, সংগীত পৰিচালক, অভিনেতা, পৰিচালক জুবিন গাৰ্গৰ এখন ফটো বহুল ৰূপত প্ৰচাৰ কৰি থকা হৈছে। ফটোখনৰ লগত লিখা হৈছে যে গায়কজনে শুকুৰবাৰে হিমন্ত […]

Continue Reading