FACT CHECK: এই উক্তিটোৰ সৈতে সুন্দৰ পিছাইৰ নাম মিছাতে সাঙোৰা হৈছে।

গুগলৰ চিইও সুন্দৰ পিছাইৰ নামটো ভুৱা বাতৰিৰ জগতখনৰ বাবে নতুন নহয়। এইবাৰ ৰাজনীতি আৰু নিৰ্বাচন প্ৰসংগত এটা উক্তিৰ সৈতে পিছাইৰ নাম সাঙুৰি অসমৰ ছোচিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰ কৰা হৈ আছে।  সুন্দৰ পিছাইৰ ফেচবুক পেজৰ পৰা অক্টোবৰৰ ১৩ তাৰিখে সন্ধিয়া ৬বাজি ৪৩মিনিটত সেই পোষ্টটো দিয়া ধৰণৰ এটা স্ক্ৰিণশ্বটত এই উক্তিটো লিখা হৈছে।  উক্তিটো এনেকুৱা ধৰণৰ:  “এজন […]

Continue Reading