ফিনলেণ্ডত ‘সপ্তাহত চাৰিটা দিন আৰু ছয় ঘণ্টা প্ৰতিদিনে’ কৰ্মদিনৰ এক ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে নেকি?
শেহতীয়াকৈ ফিনলেণ্ডৰ নতুন প্ৰধান মন্ত্ৰী চানা মৰীণে দেশখনত ‘সপ্তাহত চাৰিটা দিন আৰু ছয় ঘণ্টা প্ৰতিদিনে’ কৰ্মদিনৰ এক ব্যৱস্থা প্ৰৱৰ্তন কৰিছে বুলি ছচিয়েল মিডিয়াত তোলপাৰ লাগিছে । বিভিন্ন সংবাদ মাধ্যমৰ উপৰিয়ো ফেচবুক আৰু হোৱাটচ এপ্পৰ জৰিয়তে এই বাতৰিটো বিভিন্ন ধৰণে শ্বেয়াৰ কৰা হৈছে । অসমতো হোৱাটচ এপ্পৰ জৰিয়তে ফিনলেণ্ডৰ নতুন প্ৰধান মন্ত্ৰীৰ এই ঘোষণাক সলাগি বিভিন্ন […]
Continue Reading