গীলেন-বাৰে চিণ্ড্ৰম চমূকৈ জিবিএছ(Guillain-Barre Syndrome) কি, কিদৰে হয়, ইয়াৰ পৰা হাত সৰাৰ উপায় কি ইত্যাদি সামৰি এক থুলমুল আলোচনা। 

পাতনি শেহতীয়াকৈ মহাৰাষ্ট্ৰত গীলেন-বাৰে চিণ্ড্ৰম চমূকৈ জিবিএছ(Guillain-Barre Syndrome)ৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। ৰোগীৰ সংখ্যাই ১০০ জন অতিক্ৰম কৰিছে। তাৰে ভিতৰত এজন ৮ বছৰীয়া আৰু এজন ৪০ বছৰীয়া ৰোগী। এই বিষয়ে নাগৰিকসকলক আশ্বাস প্ৰদান কৰাৰ প্ৰয়াসেৰে মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্ৰী প্ৰকাশ অবিতকাৰে এই সপ্তাহৰ শেষৰ ফালে পুনে ভ্ৰমণ কৰে। তেওঁ কয় যে প্ৰায় ৮০% আক্ৰান্ত ৰোগী একে অঞ্চলৰ […]

Continue Reading

এই ভিডিঅ’টোত ভেকচিন গ্ৰহণ কৰি থকা ছোৱালীজনী ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ কন্যা নহয়!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ সমগ্ৰ বিশ্বতে ক’ৰনা ভাইৰাছ ৰোগে ত্ৰাসৰ সৃষ্টি কৰি থকাৰ সময়তে ৰাছিয়াত বিশ্বৰ প্ৰথমটো ক’ৰনা ভাইৰাছৰ ভেকচিন মানৱ দেহত প্ৰয়োগৰ বাবে সাজু হৈ উঠিছে বুলি এক বাতৰি ভাইৰেল হৈ পৰিছে । ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ৰাছিয়াই বিশ্বৰ প্ৰথমটো ক’ৰনা প্ৰতিৰোধী ভেকচিন প্ৰস্তুত কৰি উলিয়াইছে বুলি ইতিমধ্যে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে । […]

Continue Reading

ভাৰতে ক’ৰনা ভাইৰাছ ৰোগৰ ভেকচিন তৈয়াৰ কৰিছে আৰু ইয়াৰ সফল পৰীক্ষণ ইতিমধ্যে সম্পন্ন হৈছে নেকি?

ফেচবুক লিংক । সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে প্ৰায় দুই লাখ ১৭ হাজাৰতকৈ অধিক মানুহৰ মৃত্যু হৈছে আৰু প্রায় ৩১.২ লাখ মানুহ আক্রান্ত হৈছে ।  বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে ৩১ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ইয়াৰে ১০০৭ জনৰ মৃত্যু হৈছে […]

Continue Reading