এয়া ইৰাণে শেহতীয়া যুদ্ধৰ সময়তেই পাৰমনৱিক পৰীক্ষা চলোৱা দৃশ্য নহয়।
শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইৰাণে শেহতীয়া যুদ্ধৰ মাজতেই পাৰমানৱিক পৰীক্ষা চলোৱা দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে- সৰ্বোচ নেতা আয়াতুল্লাহ আলি খোমাইনীয়ে ইছলামত মানৱ জাতি আৰু সমস্ত জীৱকুল ধ্বংস হব পৰা কাম কৰা হাৰাম ৰূপে ফটোৱা জাৰি কৰা কাৰণে প্ৰকৃততে পাৰমাণৱিক কাৰ্যক্ৰম জাৰি ৰাখিলেও পৰীক্ষা চলোৱা নাছিল-আমেৰিকা-ইজৰাইলে অপপ্ৰচাৰ চলাইহে […]
Continue Reading
