২০০০ টকাৰ ওপৰত UPI লেনদেন কৰিলে ৮টকাকৈ জিএছটি ভৰিব লাগিব বুলি ওলোৱা খবৰটো মিছা, ভিত্তিহীন।  

শেহতীয়াভাবে যোৱা ১৯ এপ্ৰিল,২০২৫ত অসমৰ এটা ফেচবুক পেজৰ পৰা এটা পোষ্ট কৰি দাবী কৰা হৈছে যে এতিয়াৰে পৰি UPI জৰিয়তে ২০০০ টকাৰ ওপৰত ধনৰ লেনদেন কৰিলে প্ৰতিজন গ্ৰাহকে ৮ টকাকৈ কৰ পৰিশোধ কৰিব লাগিব। অনলাইন লেনদেনৰ ওপৰতো GST আৰোপ কৰা হ’ব বুলি দাবী কৰি পোষ্টটোত লিখা হৈছেঃ-  UPIত ২,০০০ৰ বেছি টকা লেনদেন কৰিলে দিব লাগিব […]

Continue Reading

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰে ডিজিটেল ৱালেট সম্পৰ্কে এই ভিডিঅ’ বাৰ্তা দিয়া নাই

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা বিশেষ ভিডিঅ’ ফ’ৰৱাৰ্ড কৰা হৈছিল। ভিডিঅ’টোত দেখা গৈছিল যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে মানুহক PhonePe, Google Pay, PayTM আদি পেমেণ্ট এপ্লিকেচন জালিয়াতিৰ পৰা সুৰক্ষা সম্পৰ্কে পৰামৰ্শ দিছে।  Archived Link কিন্তু ভালদৰে লক্ষ্য কৰিলে দেখা যায় যে এই ভিডিঅ’ আৰু অডিঅ’ৰ মাজত সামঞ্জস্য নাই।  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই […]

Continue Reading

Explainer: UPI লেনদেনৰ ওপৰত চাৰ্জৰ বিষয়ে জানিবলগীয়া সকলো কথা

ডিজিটেল পেমেণ্ট খণ্ডত ভাৰতে দৈনিক ২৬ কোটিৰো অধিক ডিজিটেল পেমেণ্ট লেনদেন কৰি আগবাঢ়ি আছে। এই ২৬ কোটি লেনদেনৰ দুই তৃতীয়াংশতকৈ অধিক লেনদেন ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ (ইউপিআই) ব্যৱস্থাৰ দ্বাৰা প্ৰক্ৰিয়াকৰণ কৰা হয়। ২০১৬ চনত আৰম্ভ কৰাৰ পিছত মাত্ৰ যোৱা মাহত ইউপিআইয়ে ২০২২ চনৰ জুলাই মাহত ৬.২৮ বিলিয়ন লেনদেনৰ সৈতে সৰ্বকালৰ সৰ্বাধিক সংখ্যক লেনদেন পঞ্জীয়ন কৰে।এই বিশাল […]

Continue Reading