২০২২ চনৰ পুৰণা ভিডিঅ’কো গুৱাহাটীৰ ডন বস্ক’ ইউনিভাৰ্চিটীত অজগৰ ওলোৱা বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।  

শেহতীয়াকৈ যোৱা ১ জুনত অসমৰ এটা ফেচবুক পেজৰ পৰা এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই দৃশ্য গুৱাহাটীৰ ডন বস্ক’ বিশ্ববিদ্যালয়ৰ ভিতৰৰ পথেৰে নিশাৰ ভাগত এডাল প্ৰকাণ্ড অজগৰ সাপ পাৰ হৈ যোৱা বুলি দাবী কৰা হৈছিল।   Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা […]

Continue Reading

AI Generated অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা ফটো এখনক হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ সমীপৰ বনাঞ্চলৰ বুলি দাবী কৰা হৈছে।

শেহতীয়াভাবে অসমৰ ফেচবুকত এগৰাকী ব্যৱহাৰকাৰীয়ে এখন বিশেষ ফটো আপলোড কৰি লিখিছে- হায়দৰাবাদ বিশ্ববিদ্যালয় ৰ কাষৰীয়া এখন বন ধ্বংসযজ্ঞৰ স্থিৰচিত্ৰ আৰু ইয়াৰ কাৰন IT park নিৰ্মাণ । কাঞ্চা গাচিব’লি ৰ ৪০০ একৰ বন উন্মুক্ত কৰা হৈছে য’ত ৪৫৫ বিধৰো অধিক উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিৰ বসতি স্থল ,কেৱল মানুহৰ নিজৰ লাভালাভৰ বাবে ! অৱশ্যে এইয়া কেনেকুৱা লাভ […]

Continue Reading