ভাৰতত ক’ৰনা ভাইৰাছত ৫০ হাজাৰ মানুহ আক্ৰান্ত হৈছে বুলি নিলিখি ভুলতে ৫০ হাজাৰ মানুহ মৃত্যু হোৱা বুলি ‘টাইমছ অফ ইণ্ডিয়া’ই প্ৰকাশ কৰিছিল!
সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে প্ৰায় দুই লাখ ৭৫ হাজাৰতকৈ অধিক মানুহৰ মৃত্যু হৈছে আৰু প্রায় ৩৯.৪ লাখ মানুহ আক্রান্ত হৈছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে ৫৯ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ইয়াৰে ১৯৮১ জনৰ মৃত্যু হৈছে । অসমতো ৫৯জন […]
Continue Reading