সঁচাকৈ টিকটক এপ্পটো আমেৰিকাত নিষিদ্ধ কৰি দিয়া হৈছে নেকি আৰু ভাৰততো অচিৰেই নিষিদ্ধ কৰা হব নেকি?
ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ জনপ্ৰিয় ছচিয়েল মিডিয়া এপ্প টিকটক আমেৰিকাত নিষিদ্ধ কৰি দিয়া হৈছে আৰু ভাৰততো অচিৰেই এই এপ্পটোক নিষিদ্ধ কৰা হব বুলি ছচিয়েল মিডিয়াত বিভিন্ন পোষ্ট/ফটো/ভিদিঅ’ ভাইৰেল হৈ পৰিছে । অসমতো এই ধৰণৰ ছচিয়েল মিডিয়া পোষ্ট ভাইৰেল হব ধৰিছে । মানস মৰম নামৰ ফেচবুক প্ৰফাইল এটাৰ পৰা এনেধৰণৰ এক পোষ্ট ৫ মে’, […]
Continue Reading