কম্বোডিয়াৰ বাঘৰ পুৰণি ফটো বৰপেটাৰ পাটবাউসীত ওলোৱা বাঘৰ বুলি ভাইৰেল। 

শেহতীয়াভাৱে এখন ফটো অসমৰ হোৱাটছএপত বাৰুকৈয়ে ভাইৰেল হৈ পৰিছে। নিশাৰ অৰণ্যত বিচৰণ কৰি থকা এটা বাঘৰ ফটোখন ভাইৰেল কৰি দাবী কৰা হৈছে যে সেইখন বৰপেটা জিলাৰ পাটবাউসীত ওলোৱা বাঘৰ ফটো। বহুতে সেইখন নিজৰ হোৱাটছএপ ষ্টেটাছতো লগোৱা আমাৰ নজৰত পৰিছে। Archived Link  কিন্তু এই দাবীটো সত্য হয়নে? বৰপেটাত সঁচাকৈয়ে বাঘ ওলাইছিল নেকি? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই […]

Continue Reading

এই পুৰণি ফটোখন যোৰহাটত শেহতীয়াকৈ তোলা বাঘৰ ফটো বুলি প্ৰচাৰ কৰা হৈছে!

সংৰক্ষিত লিংক যিসময়ত ভাৰতত ক’ৰনা ভাইৰাছৰ সংক্ৰমণ দিনক দিনে বাঢ়িব ধৰিছে আৰু ভাৰতত ৩ মে’, ২০২০ তাৰিখে সমাপ্ত হবলগীয়া লক ডাউন দুসপ্তাহ বঢ়াই দিয়া হৈছে, সেই সময়তে লক ডাউন সম্পৰ্কীয় বিভিন্ন ফেচবুক আৰু টুইটাৰ পোষ্ট ছচিয়েল মিডিয়াত ভাইৰেল হব ধৰিছে ।কেইবা সপ্তাহৰ লক ডাউনৰ পাছত দেশত প্ৰদূষণ কমি গৈছে আৰু জীৱ-জন্তু, গছ-গছনিৰ এক নতুন আৰু […]

Continue Reading