অসমৰ প্ৰসিদ্ধ ইংৰাজী দৈনিক বাতৰি কাকত ‘দ্য আছাম ট্ৰিবিউন’ আদানী গ্ৰুপক বিক্ৰী কৰি দিয়া হোৱা নাই।
শেহতীয়াকৈ অসমৰ কেইটামান ফেচবুক একাউণ্টত এটা দাবী উত্থাপন কৰি পোষ্ট কৰা হৈছে যে অসমৰ ঐতিহাসিক, প্ৰসিদ্ধ ইৰাজী দৈনিক বাতৰি কাকত ‘দ্য আছাম ট্ৰিবিউন’খন আদানী গ্ৰুপক বিক্ৰী কৰি দিয়া হৈছে। Facebook Link Archived Link Facebook Link Archived Link একেই দাবীৰে অন্য পোষ্ট ইয়াতো চাব পাৰিব। কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন […]
Continue Reading
