টাটা মটৰ্ছে কোনো ধৰণৰ চাবচিডী বা গাড়ীৰ অফাৰ দিয়া নাই। লিংকটো ভুৱা। 

শেহতীয়াভাবে অসমত হোৱাটছএপ যোগে এটা মেছেজ ভাইৰেল ৰৈ পৰা দেখা গৈছে। টাটা মটৰ্ছে নিৰ্দিষ্ট গ্ৰাহকক চাবচিডী প্ৰদান কৰিছে বুলি দাবী কৰি এটা লিংক শ্বেয়াৰ কৰা হৈছে। বিভিন্ন হোৱাটছএপ গ্ৰুপতো সেই লিংকটো শ্বেয়াৰ কৰা হৈছে।  Archived Link   কিন্তু এই দাবী সত্য হয়নে?    আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ […]

Continue Reading

FACT CHECK: টাটা মট’ৰছে ভাইৰেল হৈ পৰা প্ৰশ্নাৱলী পুৰণ কৰি প্ৰেৰণ কৰাজনক টাটা চাফাৰী উপহাৰ নিদিয়ে!

অসমত হোৱাটছএপত এটা মেছেজ ভাইৰেল হৈ পৰিছে যিটোত দাবী কৰা হৈছে যে টাটা মট’ৰছে ৩০মিলিয়ন বিক্ৰীৰ সীমা অতিক্ৰম কৰাৰ বাবে উদযাপন কৰিবলৈ ওলাইছে আৰু এখন প্ৰশ্নৱালী পুৰণ কৰি পঠিওৱা জনে এখন টাটা চাফাৰী জয়লাভ কৰাৰ সুবিধা লাভ কৰিব। Archived Link ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই জানিব পাৰিলো যে এই দাবীটো মিছা। সত্যতা নিৰূপন পদ্ধতি  প্ৰথমতে আমি ভাইৰেল […]

Continue Reading