এইটো শেহতীয়াকৈ চীনত ক’ৰনা ভাইৰাছে বিধ্বংসী ৰূপ লোৱাৰ পাছত গাহৰি নিধন প্ৰক্ৰিয়াৰ ভিডিঅ’ নহয়!

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে সম্প্ৰতি সমগ্ৰ দেশখনকে ছানি ধৰিছে আৰু ধীৰে ধীৰে এই ৰোগ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । চীন দেশত ইতিমধ্যে জৰুৰী কালিন অৱস্থা ঘোষনা কৰা হৈছে । এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি চীনত পাঁচশজনতকৈ অধিকৰ মৃত্যু হৈছে আৰু লাখতকৈ অধিক […]

Continue Reading