FACT CHECK: এটা পুৰণি ভিডিঅ’ মিছা দাবীৰ সৈতে পুনৰ প্ৰচাৰিত হৈছে যে এইটো শেহতীয়াকৈ দিল্লী-ডুবাই স্পাইচজেট বিমানত সংঘটিত এক চুৰি ঘটনাৰ হয়
শেহতীয়াকৈ অসমত ফেচবুকৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম আৰু হোৱাটছএপৰ দৰে মেচেজিং প্লেটফৰ্মৰ জৰিয়তে এটা দাবী ভাইৰেল হৈ পৰিছে যে শেহতীয়াকৈ দিল্লী-ডুবাই স্পাইচজেটৰ বিমানৰ পৰা মূল্যৱান সামগ্ৰী চুৰি হৈছে। সপ্তাহান্তত ভাইৰেল হোৱা দাবীটোৰ সৈতে এটা ভিডিঅ’ আৰু একেটা ভিডিঅ’ৰ স্ক্ৰীণশ্বটও শ্বেয়াৰ কৰা হৈছে। দাবীৰ সৈতে আপলোড কৰা ফেচবুক পোষ্টবোৰ : Facebook Link | Archived Link Facebook […]
Continue Reading