ক’ৰনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ বাবে দক্ষিণ আফ্ৰিকাত আগতীয়াকৈ ১৫ লাখ গণ কবৰ খন্দা নাই!
ফেচবুক লিংক । সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে কেইবালাখ মানুহৰ মৃত্যু হৈছে আৰু বহু লাখ মানুহ এতিয়াও আক্রান্ত হৈ আছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে বহু হেজাৰ লোকৰ মৃত্যু হৈছে । অসমতো প্ৰায় ১৬ হাজাৰতকৈ অধিক ৰোগী ইতিমধ্যে চিনাক্ত হৈছে আৰু ইয়াৰে […]
Continue Reading