ফটোখনত শ্বাহৰুখ খানৰ সৈতে থকা ল’ৰাজন বিহাৰৰ ভাইৰেল ভিডিঅ’টোৰ কণমানীটো নহয়!
ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ এক হৃদয় বিদাৰক ভিডিঅ’ সমগ্ৰ দেশত ভাইৰেল হৈ পৰিছিল । ভিডিঅ’টোত এটা কণমানীয়ে নিজৰ মৃত মাকক জগাবলৈ চেষ্টা কৰি থকা দেখা গৈছিল । ঘটনাটো বিহাৰৰ মুজাফাৰপুৰ ৰেলৱে ষ্টেচনৰ আছিল । উক্ত ঘটনাটোৱে দেশত ক’ৰনা ভাইৰাছৰ সংক্ৰমণ ৰোধিবলৈ প্ৰৱৰ্তন কৰা লক ডাউনৰ ফলত হৈ ঘৰলৈ উভতি অহা শ্ৰমিক শ্ৰেণীৰ মানুহবোৰৰ […]
Continue Reading