ৰাহুল গান্ধীয়ে পিন্ধি থকা চোলাটোত আচলতে “আই লাভ ৱায়নাড” বুলিহে লিখা আছিল।

শেহতীয়াভাবে অসমৰ এটা ফেচবুক একাউণ্টৰ পৰা এখন ফটো শ্বেয়াৰ কৰা হৈছে, য’ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আই লাভ নফৰট কী দুকান বুলি লিখা এটা টি-চাৰ্ট পিন্ধি থকা দেখা গৈছে। ৰাহুল গান্ধীয়ে সেই চোলাটো পিন্ধা বুলি দাবী কৰা পোষ্টটোত লিখা হৈছে- নফৰট কী দুকান। হিংসাৰ দোকান ভালপায় বোলে ৰাহুল গান্ধীয়ে… Facebook Link Archived Link কিন্তু দাবীটো […]

Continue Reading

ৰাহুল গান্ধীৰ সমৰ্থকে কেৰেলাত ইছলামিক পতাকা লৈ ৰেলী কৰিছিল নেকি?

শেহতীয়াকৈ ফেচবুকত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত এক ৰাজনৈতিক ৰেলীত সেউজীয়া পতাকা লৈ এদল মানুহে শ্লোগান দিয়া দেখা গৈছে। দাবী কৰা হৈছে যে এয়া কেৰেলাৰ ৰাহুল গান্ধীৰ সমৰ্থক মুছলমান লোকৰ ৰেলী। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  প্ৰথমে আমি ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট লৈ […]

Continue Reading

এই ফটোখন দিল্লীৰ ৰামলীলা ময়দানত শেহতীয়াকৈ অনুষ্ঠিত বিৰোধী ঐক্য মঞ্চৰ সমাবেশৰ হয়নে?

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ ৩১ মাৰ্চত দিল্লীৰ ৰামলীলা ময়দানত বিৰোধী দলৰ I.N.D.I Alliance ৰ উদ্যোগত এক মেগা ৰেলীৰ আয়োজন কৰা হয়। এনে পৰিপ্ৰেক্ষিতত বিপুল জনসমাগম দেখুওৱা এখন ফটো চ’ছিয়েল মিডিয়াত দ্ৰুতগতিত শ্বেয়াৰ কৰা হৈছে। ফটোখনৰ সৈতে দাবী কৰা হৈছে যে এয়া ৰামলীলা ময়দানত আয়োজিত বিৰোধীৰ মেগা ৰেলীৰ দৃশ্য। Twitter Link | Archived Link […]

Continue Reading

অশোক গেহলটৰ ৰেলীত জনতাই মোদী-মোদী শ্লোগান দিছিল নেকি?

নিৰ্বাচনী পৰিৱেশত অশোক গেহলটৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত শ্বেয়াৰ কৰা হৈছে। ভিডিঅ’টোৰ পটভূমিত শুনা গৈছে মোডীক সমৰ্থন কৰা শ্ল’গান। শ্লোগানৰ মাজতে অশোক গেহলটৰ লগতে তেওঁৰ লগত থিয় হৈ থকা এজন ব্যক্তিয়ে জনসাধাৰণক শান্ত কৰোৱা দেখা গৈছে। ভাইৰেল ভিডিঅ’টোৰ লগতে ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে ৰাজস্থানত মুখ্যমন্ত্ৰী অশোক গেহলটৰ ৰেলীত মোদী-মোদী শ্লোগান উত্থাপন কৰা হৈছিল। ফেচবুকত […]

Continue Reading

এইটো কেৰেলাৰ কমিউনিষ্ট সকলে বিজেপিয়ে নাগৰিকত্ব সংশোধনী আইনৰ সপক্ষে উলিওৱা এক ৰেলীত আক্ৰমণ কৰা ভিডিঅ’ নহয়!

ফেচবুক লিংক | সংৰক্ষিত লিংক সম্প্ৰতি অসমৰ লগতে গোটেই ভাৰতবৰ্ষতে নাগৰিকত্ব সংশোধনী আইনৰ (কা) বিৰুদ্ধে প্ৰবল আন্দোলন গঢ়ি উঠাৰ সময়তে ছচিয়েল মিডিয়াৰ জৰিয়তে শেহতীয়াকৈ এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । অসমতো ফেচবুকৰ জৰিয়তে ভাইৰেল হৈ পৰা এই ভিডিঅ’টোত বাইক ৰেলী কৰি অহা এদল মানুহক আন এদল মানুহে আক্ৰমণ কৰা দেখা গৈছে । এই ভিডিঅ’টো […]

Continue Reading