পুটিনে শ্ৰীমদ্ভাগৱত গীতা পঢ়ি থকা ফটোখন আচলতে AI Generated বা কৃত্ৰিম বুদ্ধিমত্তাসৃষ্ট।

শেহতীয়াকৈ অসমৰ সামাজিক মাধ্যমত এখন বিশেষ ফটো বিয়পি পৰা দেখা গৈছে। ফটোখনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে বিমানৰ ভিতৰত এখন বিশেষ গ্ৰন্থ হাতত লৈ থকা দেখা যায়। ফেচবুক পোষ্টযোগে সেয়া ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে পুটিনক উপহাৰ দিয়া শ্ৰীমদ্ভাগৱত গীতাখন পুটিনে পঢ়ি গৈ থকা বুলি দাবী কৰা হৈছে।  Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট […]

Continue Reading

এই ভিডিঅ’টোত ভেকচিন গ্ৰহণ কৰি থকা ছোৱালীজনী ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ কন্যা নহয়!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ সমগ্ৰ বিশ্বতে ক’ৰনা ভাইৰাছ ৰোগে ত্ৰাসৰ সৃষ্টি কৰি থকাৰ সময়তে ৰাছিয়াত বিশ্বৰ প্ৰথমটো ক’ৰনা ভাইৰাছৰ ভেকচিন মানৱ দেহত প্ৰয়োগৰ বাবে সাজু হৈ উঠিছে বুলি এক বাতৰি ভাইৰেল হৈ পৰিছে । ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ৰাছিয়াই বিশ্বৰ প্ৰথমটো ক’ৰনা প্ৰতিৰোধী ভেকচিন প্ৰস্তুত কৰি উলিয়াইছে বুলি ইতিমধ্যে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে । […]

Continue Reading