পেট্ৰল ডিজেলৰ বৰ্ধিত দামৰ বাবে ক্ৰোধিত হৈ ৰাইজে পেট্ৰল পাম্পটোত আক্ৰমণ কৰা নাই!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ এক বিশেষ ভিডিঅ’ ফেচবুকত ভাইৰেল হৈ পৰিছে । উক্ত ভিডিঅ’টোত কিছু  উত্ৰেজিত লোকে এটা পেট্ৰল পাম্পত আক্ৰমণ কৰি ভাঙি চূৰমাৰ কৰা দেখা গৈছে ।  দাবী কৰা হৈছে যে পেট্ৰল ডিজেলৰ বৰ্ধিত দামৰ বাবে ক্ৰোধিত হৈ এই সকল লোকে এইদৰে পেট্ৰল পাম্পটোত আক্ৰমণ কৰিছে ।  আৰিয়ান ৰেব্বি নামৰ এক ফেচবুক […]

Continue Reading

এইখন ভাৰতীয় টকাৰ হিচাপত বিভিন্ন দেশৰ পেট্ৰলৰ মূল্যৰ তালিকা নহয়!

ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ ভাৰতত পেট্ৰল আৰু ডিজেলৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিয়ে জনসাধাৰণক দুৰ্ভোগ ভোগাইছে আৰু বিভিন্নজনে এই বিষয়ত ছচিয়েল মিডিয়াত ক্ষোভ উজাৰিছে । এনে সময়তে এক বিশেষ ফেচবুক পোষ্ট ভাইৰেল হৈ পৰিছে । হিতেশ্বৰ লহকৰ নামৰ এটা ফেচবুক প্ৰফাইলৰ পৰা উক্ত পোষ্টটো ১৯ জুন, ২০২০ তাৰিখে আপলোড কৰা হৈছে ।  পোষ্টটোত এখন ফটো সংলগ্ন […]

Continue Reading